• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IPL Auction 2021: কোন থাকিব কাৰ দলত? কিছু সময়ৰ পিছতে আৰম্ভ হ’ব নিলাম

IPL Auction 2021: কোন থাকিব কাৰ দলত? কিছু সময়ৰ পিছতে আৰম্ভ হ’ব নিলাম

এইবাৰ কোৰোণাৰ পৰিস্থিতিৰ মাজতে এইবাৰ নিলাম হৈছে। ফলত আয়োজন তুলনামূলকভাৱে কম। সেয়ে নাম দিয়া হৈছে মিনি নিলাম।

  • Share this:
IPL Auction 2021 Live Score:  চেন্নাইত আৰু কিছু ঘণ্টা পিছতে আৰম্ভ হ’ব আই পি এলৰ নিলাম অনুষ্ঠান। টুৰ্ণামেণ্টৰ ৮টা আইপিএল ফ্ৰেঞ্চাইজীয়ে নিজৰ ষ্ট্ৰেটেজি ইতিমধ্যে প্ৰস্তুত কৰিছে। বৃহস্পতিবাৰে দুপৰীয়া তিনি বজাৰ পৰা সেই ষ্ট্ৰেটেজি কাৰ্যকৰী কৰাৰ বাবে নিলামত অংশগ্ৰহণ কৰিব। এইবাৰ ২৯২জন খেলুৱৈৰ নাম উঠিব নিলামত। ৮টা দলে নিজৰ ১৩৯জন খেলুৱৈক ধৰি ৰাখিছে। এৰি দিছে ৫৭জনক।

এইবাৰ কোৰোণাৰ পৰিস্থিতিৰ মাজতে এইবাৰ নিলাম হৈছে। ফলত আয়োজন তুলনামূলকভাৱে কম। সেয়ে নাম দিয়া হৈছে মিনি নিলাম। ২০২১ৰ আই পি এল নিলাম সম্প্ৰচাৰ হ’ব ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত। বিয়লি ৩ বজাৰ পৰা হ’ব সম্প্ৰচাৰ। চাব পাৰিব হটষ্টাৰতো। আৰু ইয়াতে আপুনি লাভ কৰিব প্ৰতি মুহূৰ্তৰ লাইভ আপডেট।
Published by:Sanjay Kumar Das
First published: