• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Avani Lekhara and Sumit Antil: অবনী, সুমিতলৈ উপহাৰ Indigoৰ ! দুয়োগৰাকী সোণৰ পদক বিজয়ী খেলুৱৈৰ এবছৰৰ বাবে বিনামূলীয়া বিমান ভ্ৰমণৰ সুবিধা...

Avani Lekhara and Sumit Antil: অবনী, সুমিতলৈ উপহাৰ Indigoৰ ! দুয়োগৰাকী সোণৰ পদক বিজয়ী খেলুৱৈৰ এবছৰৰ বাবে বিনামূলীয়া বিমান ভ্ৰমণৰ সুবিধা...

Tokyo Paralympics 2020ত ভাৰতে দুটা স্বৰ্ণ জয় কৰিছে। সোমবাৰে অবনী লেখাৰাই (Avani Lekhara) দেশলৈ সোণ আনিছিল আৰু সুমিত এণ্টিলে (Sumit Antil) জেভলিন দলিয়াই দেশক দ্বিতীয়টো সোণ দিছিল। IndiGoয়ে দুগৰাকী খেলুৱৈক অহা এবছৰৰ বাবে বিনামূলীয়াকৈ তেওঁলোকৰ বিমানত ভ্ৰমণ কৰিবলৈ অনুমতি দিছে৷

  • Share this:
পেৰালিম্পিকত (Tokyo Paralympics 2020) ভাৰতে দুটা স্বৰ্ণ জয় কৰিছে। সোমবাৰে অবনী লেখাৰাই (Avani Lekhara) দেশলৈ সোণ আনিছিল। সুমিত এণ্টিলে (Sumit Antil) জেভলিন দলিয়াই ছিল আৰু দেশখনক দ্বিতীয়টো সোণ দিছিল। সুমিতে এফ ছিক্সটিফোৰ ফাইনেলত ৬৮.৫৫ মিটাৰ দলিয়াই বিশ্ব অভিলেখ গঢ়িছিল। সুমিতে তিনিবাৰ নিজৰ অভিলেখ ভংগ কৰিছিল। যিটো নিঃসন্দেহে অবিশ্বাস্য।

এই অসামান্য কৃতিত্বৰ উপহাৰ হিচাপে ভাৰতৰ এয়াৰলাইন ইণ্ডিগো (IndiGo)য়ে দুগৰাকী খেলুৱৈক অহা এবছৰৰ বাবে বিনামূলীয়াকৈ তেওঁলোকৰ বিমানত ভ্ৰমণ কৰিবলৈ অনুমতি দিছে৷ পেৰালিম্পিকত স্বৰ্ণ জয় কৰা দুজন ভাৰতীয় খেলুৱৈৰ বাবে ভাৰতীয় এয়াৰলাইনৰ পৰা উপহাৰটো ৷ দুয়োগৰাকী খেলুৱৈয়ে ২০২১ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োখন ক্ষেত্ৰতে যিকোনো ইণ্ডিগ' বিমানত বিনামূলীয়াকৈ ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি