গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত–জিম্বাবৱেৰ টি–২০

News18-Assam
Updated:June 4, 2019, 12:50 PM IST
গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত–জিম্বাবৱেৰ টি–২০
তিনিখনীয়া শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব গুৱাহাটীত।

তিনিখনীয়া শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব গুৱাহাটীত।

  • Share this:
অসমৰ ক্ৰিকেট অনুৰাগীলৈ সুখবৰ। গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত–জিম্বাবৱেৰ মাজত টি–২০ মেচ। ২০২০ চনৰ ৫ জানুৱাৰীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই টি–২০ খেল। তিনিখনীয়া শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব গুৱাহাটীত। বাকী দুখন অনুষ্ঠিত হ’ব ইণ্ডোৰ আৰু পুনেত। বি চি চি আইয়ে প্ৰকাশ কৰিছে এই তথ্য।
আৰু চাওক
পৰৱৰ্তী বাতৰি