গুৱাহাটীৰ টী-২০ ৰ বাবে সাজু ভাৰতীয় দল, কোন কোন থাকিব কোহলীৰ দলত?

News18 Assam | News18-Assam
Updated:December 25, 2019, 12:53 PM IST
গুৱাহাটীৰ টী-২০ ৰ বাবে সাজু ভাৰতীয় দল, কোন কোন থাকিব কোহলীৰ দলত?
দেওবাৰে গুৱাহাটীৰ বর্ষাপাৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব খেলখন

দেওবাৰে গুৱাহাটীৰ বর্ষাপাৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব খেলখন

  • News18 Assam
  • Last Updated: December 25, 2019, 12:53 PM IST
  • Share this:
৫ জানুৱাৰীত গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ টী-২০ৰ মহাৰণ। টী-২০ শৃংখলাৰ প্ৰথমখন খেলৰ বাবে সাজু ঘৰুৱা টীম ইণ্ডিয়া। গুৱাহাটীৰ খেলৰ বাবে বিৰাট কোহলী আৰু লাচিত মালিংগা বাহিনীয়ে ২ জানুৱাৰীতে বিশেষ বিমানযোগে আহি মহানগৰীত উপস্থিত হ’ব।

দেওবাৰে গুৱাহাটীৰ বর্ষাপাৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব খেলখন। শ্ৰীলংকাৰ বিৰুদ্ধে টী-২০ খেলৰ বাবে বিচিচিআয়ে ঘোষণা কৰা ভাৰতীয় দলটোৰ খেলুৱৈ সকল হ’ল ক্ৰমে- বিৰাট কোহলী (অধিনায়ক), শিখৰ ধৱন, কে এল ৰাহুল, শ্ৰেয়ষ আয়াৰ, ঋষভ পণ্ট (উইকেট কীপাৰ), ৰবীন্দ্ৰ জাদেজা, শিভম ডুৱে, যুজবেন্দ্ৰ চহল, কুলদ্বীপ যাদৱ, জছপ্ৰীট বুমৰাহ, নৱদ্বীপ ছেইনী, ছাৰদুল ঠাকুৰ, মনীষ পাণ্ডে, ৱাচিংটন সুন্দৰ আৰু সঞ্জু ছেমছন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি