খেল আৰম্ভ হোৱাৰ পূৰ্বে দুঃসংবাদঃ আঘাতপ্ৰাপ্ত অধিনায়ক বিৰাট কোহলী

News18 Assam | News18-Assam
Updated:January 5, 2020, 2:43 PM IST
খেল আৰম্ভ হোৱাৰ পূৰ্বে দুঃসংবাদঃ আঘাতপ্ৰাপ্ত অধিনায়ক বিৰাট কোহলী
Source-Google

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত টি২০ মেচ।

  • Share this:
আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত টি২০ মেচ। কিন্তু মেচখন আৰম্ভ হ’বলৈ কেই মুহূৰ্তমান বাকী থকা অৱস্থাত ভাৰতীয় দলৰ বাবে এটা বেয়া খবৰ। অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী। হাতত কিছু পৰিমানে আঘাত পাই কোহলীয়ে। অৱশ্যে আঘাত গুৰুতৰ নহয় বুলি জানিবলৈ দিছে টীম মেনেজাৰে।

ইয়াৰ সমান্তৰাল ভাবে  বতৰেও কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে খেলখন অনুষ্ঠিত কৰাত।খেলৰ পূৰ্বে  গুৱাহাটীত উপস্থিত হ’ব বিচিচিআইৰ সচিৱ জয় শ্বাহ।  জয় শ্বাহ হল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি