India Vs South Africa : টচত জিকি বেটিং কৰাৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ

ইংলেণ্ডৰ ছাউথেম্পটনৰ ৰ’জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন। টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে দক্ষিণ আফ্ৰিকাই।

news18assam
Updated:June 5, 2019, 3:03 PM IST
India Vs South Africa : টচত জিকি বেটিং কৰাৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ
ইংলেণ্ডৰ ছাউথেম্পটনৰ ৰ’জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন। টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে দক্ষিণ আফ্ৰিকাই।
news18assam
Updated: June 5, 2019, 3:03 PM IST
চলিত বিশ্বকাপৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছে টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকা। ইংলেণ্ডৰ ছাউথেম্পটনৰ ৰ’জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হৈছে খেলখন। টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে দক্ষিণ আফ্ৰিকাই।

ভাৰতীয় দল – শিখৰ ধৱন, ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল, কেদাৰ যাদৱ, এম এছ ধোনী, হাৰ্দিক পাণ্ডিয়া, ভুবনেশ্বৰ কুমাৰ, য়ুজবেন্দ্ৰ চহল, জছপ্ৰীত বুমৰাহ আৰু কুলদীপ যাদৱ।

দক্ষিণ আফ্ৰিকাৰ প্লেয়িং ইলেভেন – হাছিম আমলা, কিণ্টন ডি কাফ, ফাক ডু প্লেছী, আৰ ভেন ডুছান, ডেভিদ মিলাৰ, জেপি ডুমিনী, ক্ৰিছ ম’ৰিছ, কেগিছ’ ৰাবাডা, ইমৰাণ তাহিৰ, তৱৰেজ ছামছী আৰু এণ্ডিলে ফেহুলকৱায়ো।
আৰু চাওক পৰৱৰ্তী বাতৰি