• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিশ্বকাপ ক্ৰিকেট : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

বিশ্বকাপ ক্ৰিকেট : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

ভাৰতৰ বিৰুদ্ধে ধৰাশায়ী হ’ল ৱেষ্ট ইণ্ডিজ। বলাৰৰ উজ্জীৱিত প্ৰদৰ্শনৰ ফলত ষষ্ঠখন মেচতো জয়ৰ সোৱাদ লাভ কৰিলে টীম ইণ্ডিয়াই।

  • Share this:
    বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ জয়যাত্ৰা অব্যাহত। ষষ্ঠখন মেচতো বিজয় সাব্যস্ত কৰিলে কোহলি বাহিনীয়ে। ভাৰতৰ বিৰুদ্ধে ধৰাশায়ী হ’ল ৱেষ্ট ইণ্ডিজ। বলাৰৰ উজ্জীৱিত প্ৰদৰ্শনৰ ফলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ৰ সোৱাদ লাভ কৰিলে টীম ইণ্ডিয়াই। টছত জিকি প্ৰথমে বেটিং আৰম্ভ কৰি ভাৰতে ২৬৯ ৰানৰ লক্ষ্য বান্ধি দিছিল ৱেষ্ট ইণ্ডিজক। প্ৰত্যুত্তৰত ১৪৩ ৰানতে পৰাজয় স্বীকাৰ কৰিলে ৱেষ্ট ইণ্ডিজে। ৩৪.২ অভাৰতে ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ১৪৩ ৰান। ভাৰতীয় দলৰ বলাৰে ধূলিসাত্‍ কৰে কেৰিবিয়ান দলটোক। ভাৰতৰ হৈ সৰ্বাধিক ৪টা উইকেট দখল কৰে মহম্মদ ছামিয়ে। বিপৰীতে যছপ্ৰীত বুমৰাহ, য়ুজবেন্দ্ৰ চহলে দুটাকৈ উইকেট আৰু হাৰ্ডিক পাণ্ডিয়া, কুলদ্বীপ যাদৱে দখল কৰে এটাকৈ উইকেট।
    First published: