১৯ ছেপ্টেম্বৰৰ পৰা IPL, ডুবাইত কেনেদৰে সময় পাৰ কৰিছে ক্ৰিকেটাৰ ৰিয়ান পৰাগে?

অসমৰ ৰিয়ান পৰাগৰ সোফালৰ ৰুমটোতে আছে টীমমেট ১৯ বছৰৰ অনূৰ্ধ্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ চণ্ডীগড়ৰ মনন ভোহৰা।
অসমৰ ৰিয়ান পৰাগৰ সোফালৰ ৰুমটোতে আছে টীমমেট ১৯ বছৰৰ অনূৰ্ধ্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ চণ্ডীগড়ৰ মনন ভোহৰা।
- News18 Assam
- Last Updated: August 23, 2020, 10:53 PM IST
অসমৰ ৰিয়ান পৰাগৰ সোফালৰ ৰুমটোতে আছে টীমমেট ১৯ বছৰৰ অনূৰ্ধ্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ চণ্ডীগড়ৰ মনন ভোহৰা। ২০১২ বৰ্ষতে আই পি এলত অভিষেক ঘটোৱা ভোহৰা ৰাজস্থান ৰয়েলছৰ নৱাগত সদস্য। মননে পূৰ্বে কিংছ ইলেভেন পঞ্জাৱ আৰু ৰয়েল চেলেঞ্জ বেংগালুৰু দলৰ হৈ সফলতাৰে খেলিছিল। প্ৰতিভাৱান খেলুৱৈগৰাকীক ওচৰতে পাই উৎফুল্লিত হৈ পৰে ৰিয়ান পৰাগ। সেয়ে অনুশীলনৰ মাজতে অৱসৰৰ সময়ত দূৰৰ পৰাই ধেমালি কৰিছে দুয়োগৰাকী ক্ৰিকেটাৰে।