স্বৰ্ণজয়েৰে পজনান গ্ৰাঁ প্ৰীত জিলিকিল অসম কন্যা হিমা দাস

পিঠিৰ বিষ নেওচি জিলিকিল ধিং এক্সপ্ৰেছ হিমা দাস।

news18assam
Updated:July 4, 2019, 4:24 PM IST
স্বৰ্ণজয়েৰে পজনান গ্ৰাঁ প্ৰীত জিলিকিল অসম কন্যা হিমা দাস
পিঠিৰ বিষ নেওচি জিলিকিল ধিং এক্সপ্ৰেছ হিমা দাস।
news18assam
Updated: July 4, 2019, 4:24 PM IST
ভাৰতৰ তাৰকা এথলীট অসম কন্যা হিমা দাসে আকৌ এবাৰ দেশলৈ কঢ়িয়াই আনিছে সন্মান। পিঠিৰ বিষ নেওচি মঙলবাৰে পজনান এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত সোণৰ পদক জয় কৰিছে ধিং এক্সপ্ৰেছ খ্যাত হিমাই। হিমা দাসৰ ব্যক্তিগত সৰ্বোচ্ছ স্কৰ ২৩.১০ ছেকেণ্ড আৰু টুৰ্ণামেণ্টত তেওঁ স্বৰ্ণজয় কৰোতে গতিবেগ আছিল ২৩.৬৫ ছেকেণ্ড।
আৰু চাওক পৰৱৰ্তী বাতৰি