#HappyBirthdayDhoni : জন্মদিনত জীৱা, ঋষভ পন্ত, পাণ্ডিয়াৰ সৈতে নাচিলে ধোনীয়ে

বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে বিজয়ৰ পিছতে পত্নী সাক্ষী, কন্যা জীৱা আৰু বন্ধুবৰ্গৰ সৈতে ধোনী উদযাপন কৰিলে জন্মদিন।

News18-Assam
Updated:July 7, 2019, 12:31 PM IST
#HappyBirthdayDhoni : জন্মদিনত জীৱা, ঋষভ পন্ত, পাণ্ডিয়াৰ সৈতে নাচিলে ধোনীয়ে
বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে বিজয়ৰ পিছতে পত্নী সাক্ষী, কন্যা জীৱা আৰু বন্ধুবৰ্গৰ সৈতে ধোনী উদযাপন কৰিলে জন্মদিন।
News18-Assam
Updated: July 7, 2019, 12:31 PM IST
আজি ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ৩৮সংখ্যক ওপজা দিন। পৰিয়ালৰ আৰু বন্ধুবৰ্গৰ সৈতে কেক কাটি জন্মদিন উদযাপন কৰিলে ধোনীয়ে। ধোনীৰ জন্মদিনত হাৰ্দিক পাণ্ডিয়া আৰু ঋষভ পন্তে ধোনীৰ সৈতে নৃত্য কৰা ভিডিঅ’ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে বিজয়ৰ পিছতে পত্নী সাক্ষী, কন্যা জীৱা আৰু বন্ধুবৰ্গৰ সৈতে ধোনী উদযাপন কৰিলে জন্মদিন। সাক্ষীয়ে ছচিয়েল মিডিয়াত জন্মদিনৰ ফটো শ্বেয়াৰ কৰিছে, য’ত ধোনীয়ে কন্যাৰ সৈতে তিনিটা কেক কাটি থকা দেখা গৈছে।




 





View this post on Instagram





 

A post shared by Sakshi Singh Dhoni (@sakshisingh_r) on














আৰু চাওক পৰৱৰ্তী বাতৰি