মিডিয়া ফুটছালত ৰানাৰ্ছ আপ NEWS18 অসম NORTH EAST

মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল গিলবাৰ্টছন ছাংমা আৰু দেৱাশিষ ৰায় মিডিয়া ফুটছাল।

News18-Assam
Updated:August 12, 2019, 9:16 AM IST
মিডিয়া ফুটছালত ৰানাৰ্ছ আপ NEWS18 অসম NORTH EAST
মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল গিলবাৰ্টছন ছাংমা আৰু দেৱাশিষ ৰায় মিডিয়া ফুটছাল।
News18-Assam
Updated: August 12, 2019, 9:16 AM IST
মিডিয়া ফুটছালত ৰানাৰ্ছ আপ NEWS18 অসম NORTH EAST। দুৰ্দান্ত প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰিও শেষত Assam Talksৰ হাতত পৰাজয়বৰণ NEWS18ৰ। ২–০ গ’লৰ ব্যৱধানত পৰাজয় বৰণ কৰি ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে NEWS18–এ। ছেমি ফাইনেলত প্ৰাগ নিউজক হৰুৱাই ফাইনেলত নিজৰ স্থিতি নিশ্চিত কৰিছিল NEWS18–এ। ২–০ গ’লত প্ৰাগ নিউজক হৰুৱাই ফাইনেলত NEWS18–এ প্ৰৱেশ কৰিছিল। NEWS18ৰ হৈ ছেমি ফাইনেলত নীলোৎপল চলিহাই কৰিছিল দুটা গ’ল। উল্লেখ্য যে, মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল গিলবাৰ্টছন ছাংমা আৰু দেৱাশিষ ৰায় মিডিয়া ফুটছাল।
আৰু চাওক পৰৱৰ্তী বাতৰি