• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দীৰ্ঘদিনৰ বিৰতিৰ পিছত আকৌ খেলপথাৰত একেলগে ক্ৰিকেট খেলিলে ধোনী–যুৱৰাজে!

দীৰ্ঘদিনৰ বিৰতিৰ পিছত আকৌ খেলপথাৰত একেলগে ক্ৰিকেট খেলিলে ধোনী–যুৱৰাজে!

Source-Google

Source-Google

প্ৰতিযোগিতাৰ পূৰ্বে যুৱৰাজে ধোনীৰ পৰা লৈছে ছিক্স কোবোৱাৰ টিপছ

  • Share this:
    আকৌ বহু দিনৰ পিছত খেলপথাৰত একেলগে ক্ৰিকেট খেলিলে মহেন্দ্ৰ সিং ধোনী আৰু যুৱৰাজ সিঙে। মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেট একাডেমীত উপস্থিত হ’ল যুৱৰাজ সিং।ছিক্সাৰ কিং যুৱৰাজ সিঙক আকৌ অতি সোনকালে ক্ৰিকেট ফিল্ডত দেখিবলৈ পোৱা যাব।  ১৫ নবেম্বৰৰ পৰা আবু ধাবিত হ’বলগীয়া টি10 লীগত যুৱৰাজ সিঙেও ভাগ ল’ব। প্ৰতিযোগিতাত যুৱৰাজ হ’ল মাৰাঠা অৰেবিয়ানছৰ আইকন খেলুৱৈ। প্ৰতিযোগিতাৰ বাবে যুৱৰাজ সিঙে এতিয়া কঠোৰ পৰিশ্ৰম কৰা দেখা গৈছে।  প্ৰতিযোগিতাৰ পূৰ্বে এতিয়া যুৱৰাজে ধোনীৰ পৰা লৈছে ছিক্স কোবোৱাৰ টিপছ।



     

     
    First published: