• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • MS Dhoni Retirement: এম এছ ধোনীৰ অৱসৰক লৈ কোহলীৰ অন্তৰ চুই যোৱা পোষ্ট

MS Dhoni Retirement: এম এছ ধোনীৰ অৱসৰক লৈ কোহলীৰ অন্তৰ চুই যোৱা পোষ্ট

কোহলীয়ে টুইটাৰত লিখিছে যে এদিন নহয় এদিন প্ৰতিজন ক্ৰিকেটাৰেই এই যাত্ৰা শেষ কৰিবলগীয়া হয়, কিন্তু তথাপি যেতিয়া অতি কাষৰ পৰা জনা কোনোবাই এই ঘোষণা কৰে তেতিয়া অধিক আবেগিক হ’ব আপুনি।

  • Share this:
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে দেশক দুবাৰকৈ বিশ্ব বিজেতা কৰা এম এছ ধোনীয়ে আন্তঃৰাষ্ট্রীয় ক্ৰিকেটক বিদায় জনালে। বিভিন্নজনে সফল আৰু অনন্য কেৰিয়াৰৰ বাবে ধোনীক শুভেচ্ছা জনাইছে। আবেগিক ধোনীৰ অনুৰাগী। ইয়াৰ মাজতে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে ধোনীৰ অৱসৰক লৈ কৰিলে অন্তৰ চুই যোৱা মন্তব্য।

কোহলীয়ে টুইটাৰত লিখিছে যে এদিন নহয় এদিন প্ৰতিজন ক্ৰিকেটাৰেই এই যাত্ৰা শেষ কৰিবলগীয়া হয়, কিন্তু তথাপি যেতিয়া অতি কাষৰ পৰা জনা কোনোবাই এই ঘোষণা কৰে তেতিয়া অধিক আবেগিক হ’ব আপুনি। আপুনি দেশৰ বাবে যি কৰিলে, সেয়া সকলোৰে অন্তৰত থাকিব।

কিন্তু যি সন্মান আৰু উৎসাহ আপোনাৰ পৰা পাইছো, সেয়া সদায় মোৰ সৈতে থাকিব। বিশ্বই সফলতা দেখিছে কিন্তু মই মানুহজনক দেখিছো। সকলোবোৰৰ বাবে ধন্যবাদ। মই আপোনাৰ ওচৰত শিৰনত কৰিছো।

ধোনীৰ অৱসৰৰ ঘোষণাৰ কিছু সময় পিছতে সুৰেশ ৰাইনায়ো অৱসৰ ঘোষণা কৰে। ৰাইনাকো কোহলীয়ে সুন্দৰ কেৰিয়াৰৰ বাবে শুভেচ্ছা জনায়। কোহলীয়ে লিখিছে যে সুন্দৰ কেৰিয়াৰৰ বাবে শুভেচ্ছা ভাৱেশ।
Published by:Sanjay Kumar Das
First published: