IND vs Ban:বাংলাদেশৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন মায়ংক আগৰৱালৰ, কেৰিয়াৰৰ তৃতীয়টো শতৰান সংগ্ৰহ কৰি কৰিলে চেলিব্ৰেচন

News18-Assam
Updated:November 15, 2019, 2:55 PM IST
IND vs Ban:বাংলাদেশৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন মায়ংক আগৰৱালৰ, কেৰিয়াৰৰ তৃতীয়টো শতৰান সংগ্ৰহ কৰি কৰিলে চেলিব্ৰেচন
ভাৰতে এতিয়ালৈকে সংগ্ৰহ কৰিছে ৪ উইকেটৰ বিনিময়ত ৩১৫ ৰান

ভাৰতে এতিয়ালৈকে সংগ্ৰহ কৰিছে ৪ উইকেটৰ বিনিময়ত ৩১৫ ৰান

  • Share this:
যোৱা বছৰ টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল প্ৰতিভাৱান খেলুৱৈগৰাকী মায়ংক আগৰৱালৰ। সৰ্বমুঠ ৮ টা ইনিংছ খেলি ৩ টা শতৰাণ সংগ্ৰহ কৰিছে মায়ংকে। শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে চলিথকা টেষ্ট খনত শতৰান অৰ্জন কৰে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে।

মায়ংকৰ শতকীয় ইনিংছটোত আছে ১৫ টা চাৰিৰ লগতে এটা ছিক্সাৰ। বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত মায়ংকৰ ১৫৮ ৰানৰ শতকীয় ইনিংছৰ লগতে চেটেশ্বৰ পুজাৰাৰ অৰ্ধশতকীয় ইনিংছৰ সহায়ত ভাৰতে এতিয়ালৈকে সংগ্ৰহ কৰিছে ৪ উইকেটৰ বিনিময়ত ৩১৫ ৰান।

 
First published: November 15, 2019, 2:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading