• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IND vs AUS: ভাৰতৰ ঐতিহাসিক জয়, ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ঘৰৰ মাটিতে টেষ্ট ছিৰিজত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক

IND vs AUS: ভাৰতৰ ঐতিহাসিক জয়, ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ঘৰৰ মাটিতে টেষ্ট ছিৰিজত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক

শুভমন গীল, চেতেশ্বৰ পুজাৰাৰপিছত ঋষভ পন্তৰ দৰ্শণীয় বেটিঙৰ জৰিয়তে ভাৰতে চতুৰ্থ টেষ্টত বিজয় সাব্যস্ত কৰে।

  • Share this:
আজিংক্য ৰাহানেৰ নেতৃত্বত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াত ৰচিলে ইতিহাস। ভাৰতে চতুৰ্থ তথা অন্তিম টেষ্টত অষ্ট্ৰেলিয়াক ৩ উইকেটত পৰাস্ত কৰি ক্ৰমাগতভাৱে দ্বিতীয়বাৰ অষ্ট্ৰেলিয়াত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰে।

শুভমন গীল, চেতেশ্বৰ পুজাৰাৰপিছত ঋষভ পন্তৰ দৰ্শণীয় বেটিঙৰ জৰিয়তে ভাৰতে চতুৰ্থ টেষ্টত বিজয় সাব্যস্ত কৰে। গীলে ৯১, পুজাৰাই ৫৬ ৰান আৰু পন্তে অপৰাজিত ৮৯ ৰান সংগ্ৰহ কৰে। ঘৰুৱা দল অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৩৬৯ ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই প্ৰথম ইনিংছত ৩৩৬ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছত ভাৰতীয় বলাৰে অষ্ট্ৰেলিয়াক ২৯৪ ৰানত অলআউট কৰে। এইদৰে অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ৩২৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ভাৰতে সহজে এই লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়।
Published by:Sanjay Kumar Das
First published: