আইপিএলৰ খেলত কিয় কান্দিছিল কুলদ্বীপ যাদৱে ?

আইপিএলত নিজৰ নিৰাশজনক প্ৰদৰ্শনৰ বাবে খেলপথাৰতে চকুপানী টুকিছিল ভাৰতীয় ক্ৰিকেট দলৰ স্পীনবলাৰ কুলদ্বীপ যাদৱে । পিছত ধোনীয়ে মেছেজ কৰি সান্তনা দিয়ে কুলদ্বীপ যাদৱক ।

news18assam
Updated:May 17, 2019, 7:06 AM IST
আইপিএলৰ খেলত কিয় কান্দিছিল কুলদ্বীপ যাদৱে ?
আইপিএলত নিজৰ নিৰাশজনক প্ৰদৰ্শনৰ বাবে খেলপথাৰতে চকুপানী টুকিছিল ভাৰতীয় ক্ৰিকেট দলৰ স্পীনবলাৰ কুলদ্বীপ যাদৱে । পিছত ধোনীয়ে মেছেজ কৰি সান্তনা দিয়ে কুলদ্বীপ যাদৱক ।
news18assam
Updated: May 17, 2019, 7:06 AM IST
আইপিএলত নিজৰ নিৰাশজনক প্ৰদৰ্শনৰ বাবে খেলপথাৰতে চকুপানী টুকিছিল ভাৰতীয় ক্ৰিকেট দলৰ স্পীনবলাৰ কুলদ্বীপ যাদৱে । পিছত ধোনীয়ে মেছেজ কৰি সান্তনা দিয়ে কুলদ্বীপ যাদৱক ।



আইপিএলত ৰয়েল চেলেঞ্জাৰচ বাংগালুৰুৰ বিৰুদ্ধে এখন খেলত এক অভাৰত ২৭ ৰাণ খৰচ কৰিছিল কুলদ্বীপে ।



২০১৯ ৰ আইপিএলত ভাৰতীয় ক্ৰিকেট দলৰ আগশাৰীৰ সকলো খেলুৱৈয়ে সন্তোষজনক প্ৰদৰ্শন কৰিছিল যদিও কুলদ্বীপ যাদৱ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল । কলিকতা নাইট ৰাইডৰ্চৰ হৈ কুলদ্বীপে ৯ খন মেচ খেলি মাত্ৰ চাৰিটা উইকেট দখল কৰিছিল ।


উল্লেখযোগ্য যে বিশ্ৱকাপৰ বাবে ভাৰতীয় দলত ইতিমধ্যে স্থান লাভ কৰিছে কুলদ্বীপ যাদৱে । আইপিএলত নিৰাশজনক প্ৰদৰ্শন কৰা কুলদ্বীপে বিশ্বকাপত কিমান দূৰ সফল হয়,সেইয়া হ’ব লক্ষণীয় । বিশ্বকাপৰ বাবে ভাৰতীয় দল ২২ মে’তাৰিখে ইংলেণ্ড অভিমুখে উৰা মাৰিব ।

আৰু চাওক পৰৱৰ্তী বাতৰি