বিশ্বকাপৰ সময়ত পত্নীৰ সৈতে থাকিব পাৰিবনে খেলুৱৈ ?

News18-Assam
Updated:May 10, 2019, 7:04 PM IST
বিশ্বকাপৰ সময়ত পত্নীৰ সৈতে থাকিব পাৰিবনে খেলুৱৈ ?
চৰ্ত বান্ধি দিলে BCCI–এ । মে’ মাহৰ শেষৰ ফালে আৰম্ভ হ’ব বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। প্ৰতিযোগিতাত ভাগ ল’বলৈ মে’ মাহৰ শেষত ইংলেণ্ডত উপস্থিত হ’বগৈ ভাৰতীয় দ’ল ।

চৰ্ত বান্ধি দিলে BCCI–এ । মে’ মাহৰ শেষৰ ফালে আৰম্ভ হ’ব বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। প্ৰতিযোগিতাত ভাগ ল’বলৈ মে’ মাহৰ শেষত ইংলেণ্ডত উপস্থিত হ’বগৈ ভাৰতীয় দ’ল ।

  • Share this:
মে’ মাহৰ শেষৰ ফালে আৰম্ভ হ’ব বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। প্ৰতিযোগিতাত ভাগ ল’বলৈ মে’ মাহৰ শেষত ইংলেণ্ডত উপস্থিত হ’বগৈ ভাৰতীয় দ’ল । প্ৰতি়যোগিতাত অংশ লোৱাৰ হেতু কেৱল ১৫ দিনহে নিজৰ পত্নীৰ লগত থাকিব পাৰিব ভাৰতীয় খেলুৱৈয়ে । বিশ্বকাপৰ বাবে পত্নী আৰু গাৰ্লফ্ৰেণ্ড লগত ৰখাৰ ক্ষেত্ৰত BCCI–এ ৰাখিলে চৰ্ত ।প্ৰতিযোগিতাৰ প্রথম ২১ দিনলৈকে পত্নী আৰু গাৰ্লফ্ৰেণ্ডৰ লগত থাকিব নোৱাৰিব কোনো খেলুৱৈ। উল্লেখযোগ্য যে বিশ্বকাপৰ সময়ত নিজৰ পৰিয়ালৰ লগত থাকিবলৈ ব’ৰ্ডৰ ওচৰত অনুমতি বিচাৰিছিল কোহলিয়ে । যাৰ ফল স্বৰূপে খেলুৱৈসকলৰ ওপৰত এনেধৰণৰ চৰ্ত বান্ধি দিয়ে BCCI–এ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading