• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • গুৱাহাটীত বিৰাট কোহলীৰ সংবাদমেল, CAA সন্দৰ্ভত প্ৰকাশ কৰিলে মত

গুৱাহাটীত বিৰাট কোহলীৰ সংবাদমেল, CAA সন্দৰ্ভত প্ৰকাশ কৰিলে মত

‘The City is absolutely Safe’– গুৱাহাটীত এই মন্তব্য ভৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ

‘The City is absolutely Safe’– গুৱাহাটীত এই মন্তব্য ভৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ

‘The City is absolutely Safe’– গুৱাহাটীত এই মন্তব্য ভৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ

  • Share this:
কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত T-20 মেচ। ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দল। গুৱাহাটীত উপস্থিত হৈ বিৰাট কোহলীয়ে সম্বোধন কৰিছে সংবাদমেল।

সংবাদমেলত ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিৰাট কোহলীক প্ৰশ্নত ভাৰতীয় দলৰ অধিনায়কজনে কয় যে, নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে তেওঁ যিহেতু  জ্ঞাত নহয় সেয়ে সমৰ্থন বা বিৰোধী কৰি কোনো মন্তব্য নকৰে। লগতে কোহলীয়ে গুৱাহাটী সন্দৰ্ভত ‘The City is absolutely Safe’ বুলিও মন্তব্য কৰে।

কোহলীয়ে লগতে কয় যে, ‘ শ্ৰীলংকাৰ বিৰুদ্ধে আমি জয় হম গুৱাহাটীত। সন্মুখত টী-২০ বিশ্বকাপ আছে, সেয়ে নৱাগত সকলৰ বাবে এই তিনিখন টী-২০ এটা ভাল সুযোগ হ’ব।’
Published by:Himangshu Bhuyan
First published: