গুৱাহাটীত উপস্থিত বাংলাদেশৰ ক্ৰিকেটাৰ

বিদেশী দলটোৱে গুৱাহাটীত অসমৰ ৰঞ্জী ট্ৰফীৰ সম্ভাব্য দলটোৰ সৈতে ৫খন খেলত অংশ ল’ব।

News18-Assam
Updated:August 25, 2019, 9:11 PM IST
গুৱাহাটীত উপস্থিত বাংলাদেশৰ ক্ৰিকেটাৰ
বিদেশী দলটোৱে গুৱাহাটীত অসমৰ ৰঞ্জী ট্ৰফীৰ সম্ভাব্য দলটোৰ সৈতে ৫খন খেলত অংশ ল’ব।
News18-Assam
Updated: August 25, 2019, 9:11 PM IST
বিপুল বৰ্মন : অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণ ক্ৰমে গুৱাহাটীলৈ আহিছে বাংলাদেশৰ আগশাৰীৰ সূৰ্য্য তৰুণ ক্লাব। চুবুৰীয়া দেশখনৰ ক্ৰিকেটাৰসকলে দেওবাৰে দুপৰীয়া ঢাকাৰ পৰা পোনেপোনে গুৱাহাটীত আহি উপস্থিত হয়। বিদেশী দলটোৱে গুৱাহাটীত অসমৰ ৰঞ্জী ট্ৰফীৰ সম্ভাব্য দলটোৰ সৈতে ৫খন খেলত অংশ ল’ব। প্ৰথমখন খেল সোমবাৰৰ পৰা বর্ষাপাৰা ষ্টেডিয়ামত আৰম্ভ হ’ব। বাংলাদেশৰ দলটোত আছে দেশখনৰ জাতীয় এ দলৰ ৬গৰাকী খেলুৱৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি