এইবাৰ ‘কৌন বনেগা কৰোৰপতি’ত দেখা যাব ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক

হিমাৰ সৈতে দেখা যাব ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহবাগ আৰু দৌৰবিদ দ্যুতি চান্দকো।

News18-Assam
Updated:October 23, 2019, 12:29 PM IST
এইবাৰ ‘কৌন বনেগা কৰোৰপতি’ত দেখা যাব ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক
হিমাৰ সৈতে দেখা যাব ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহবাগ আৰু দৌৰবিদ দ্যুতি চান্দকো।
News18-Assam
Updated: October 23, 2019, 12:29 PM IST
শীঘ্ৰে ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘কৌন বনেগা কৰোৰপতি’ত দেখা যাব স্বৰ্ণকন্যা হিমা দাসক। মেগাষ্টাৰ অমিতাভ বচ্চনৰ সন্মুখত হটছিটত বহি হিমাই দিব ইটোৰ পিছত সিটো প্ৰশ্নৰ উত্তৰ। হিমাৰ সৈতে দেখা যাব ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগ আৰু দৌৰবিদ দ্যুতি চান্দকো। টুইটাৰযোগে হিমা দাসে প্ৰকাশ কৰিছে এই কথা। অমিতাভ বচ্চন, বিৰেন্দ্ৰ ছেহৱাগ আৰু দ্যুতি চান্দৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰিছে হিমাই। অৱশ্যে এই খণ্ডটো কেতিয়া সম্প্ৰচাৰ হ’ব সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি