• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰঞ্জী ট্ৰফীত উজলি উঠিছে ৰিয়ান পৰাগ, উত্তৰাখণ্ডৰ বিৰুদ্ধে ৰিয়ানৰ দৰ্শনীয় শতৰান

ৰঞ্জী ট্ৰফীত উজলি উঠিছে ৰিয়ান পৰাগ, উত্তৰাখণ্ডৰ বিৰুদ্ধে ৰিয়ানৰ দৰ্শনীয় শতৰান

২১৭ টা বল খেলি অপৰাজিত ১০৪ ৰান সংগ্ৰহ কৰে ৰিয়ান পৰাগে

২১৭ টা বল খেলি অপৰাজিত ১০৪ ৰান সংগ্ৰহ কৰে ৰিয়ান পৰাগে

২১৭ টা বল খেলি অপৰাজিত ১০৪ ৰান সংগ্ৰহ কৰে ৰিয়ান পৰাগে

  • Share this:
ডেৰাডুনত চলি আছে ৰঞ্জী ট্ৰ’ফী। অসম আৰু উত্তৰাখণ্ডৰ বিৰুদ্ধে চলি থকা মেচখনত উজলি উঠিছে ৰিয়ান পৰাগ। উত্তৰাখম্ডৰ বিৰুদ্ধে ৰিয়ানে সংগ্ৰহ কৰিলে কেৰিয়াৰৰ প্ৰথমটো শতৰান। ২১৭ টা বল খেলি ৰিয়ানে ১০৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। ইনিংছ আৰম্ভ কৰি অসমে আৰম্ভণিতে তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও, ৰিয়ান পৰাগ আৰু গকুল শৰ্মাৰ মজবুত যুটিয়ে উদ্ধাৰ কৰে অসমক
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি