ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিলে অসমৰ ঈষাণ কাশ্যপে

প্ৰতিযোগিতাত স্বৰ্ণ জয়েৰে ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন ঈষাণৰ

News18-Assam
Updated:November 6, 2019, 9:14 PM IST
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিলে অসমৰ ঈষাণ কাশ্যপে
প্ৰতিযোগিতাত স্বৰ্ণ জয়েৰে ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন ঈষাণৰ
News18-Assam
Updated: November 6, 2019, 9:14 PM IST
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ জিলিকি উঠিছে অসমৰ এগৰাকী খেলুৱৈ। দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিছে যোৰহাটৰ ঈষাণ কাশ্যপে। ছিনিয়ৰ পুৰুষৰ ৮৬ কেজি শাখাত স্বৰ্ণ পদক জয় কৰিছে ঈষাণে। উল্লেখযোগ্য যে, প্ৰতিযোগিতাত স্বৰ্ণ জয়েৰে ঈষাণে ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি