বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / জীৱন শৈলী / Solar Eclipse 2023 : সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কৰক এই কাম, সুৰক্ষিত থাকিব গৰ্ভৰ সন্তান!

Solar Eclipse 2023 : সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কৰক এই কাম, সুৰক্ষিত থাকিব গৰ্ভৰ সন্তান!

Solar Eclipse 2023 : সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কৰক এই কাম, সুৰক্ষিত থাকিব গৰ্ভৰ সন্তান!

আজিৰ সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব। কিন্তু গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হয়, যাতে গৰ্ভত থকা শিশুৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ নপৰে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

২০ এপ্ৰিল অৰ্থাৎ আজি বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ। গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে বিশেষ সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হয়, যাৰ ফলত গৰ্ভত থকা সন্তান সুৰক্ষিত হয়।

আজিৰ সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব। কিন্তু গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হয়, যাতে গৰ্ভত থকা শিশুৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ নপৰে।

বিজ্ঞাপন

সূৰ্যগ্ৰহণৰ ১২ ঘণ্টা পূৰ্বে সুতক কাল আৰম্ভ হয়। সুতক কাল আৰম্ভ হ’লে কিছুমান নিয়ম পালন কৰা প্ৰয়োজন। শাস্ত্ৰতো কোৱা হৈছে গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কি কথাৰ প্ৰতি গুৰুত্ব দিব লাগে।

গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ সময়ত নিজৰ পেটত গেৰু পাউদাৰ লগাব লাগে। ইয়াৰ ফলত গ্ৰহণৰ দুষ্প্ৰভাৱ বা নেতিবাচক প্ৰভাৱ গৰ্ভত থকা সন্তানৰ ওপৰত নপৰে।

জ্যোতিষশাস্ত্ৰৰ মতে, সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে নিজৰ ওচৰত এটা নাৰিকল ৰাখিব লাগে আৰু গ্ৰহণ সমাপ্ত হোৱাৰ পিছত এই নাৰিকলটো পানী উটুৱাই দিব লাগে।

গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে গায়ত্ৰী মন্ত্ৰ জপ কৰা উচিত। যদি আপুনি মন্ত্ৰৰ উচ্চাৰণ কৰিব নোৱাৰে, দেৱ–দেৱীক স্মৰণ কৰক। গ্ৰহণৰ শেষত স্নান কৰক।

(Disclaimer : এই প্ৰতিবেদনত উল্লেখিত তথ্য News18 অসমৰ নিজস্ব মত নহয়। সঠিক ফল পোৱাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক।)

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন