প্ৰচণ্ড শীত, চাৰিওফালে কেৱল বৰফ! ৩৭ বছৰৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ এখন গাঁৱত বৰফ পৰিছে...

News18 Assam | News18-Assam
Updated:December 27, 2019, 5:23 PM IST
প্ৰচণ্ড শীত, চাৰিওফালে কেৱল বৰফ! ৩৭ বছৰৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ এখন গাঁৱত বৰফ পৰিছে...
নাগালেণ্ডৰ ‘লুভিচী’ নামৰ গাওঁ খনত প্ৰায় ৩৭ বছৰৰ পিছত পৰিছে বৰফ

নাগালেণ্ডৰ ‘লুভিচী’ নামৰ গাওঁ খনত প্ৰায় ৩৭ বছৰৰ পিছত পৰিছে বৰফ

  • Share this:
প্ৰচণ্ড শীতে দহিছে সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চল।  বিভিন্ন অঞ্চলত এতিয়া বৰফ পৰাও দেখিবলৈ পোৱা গৈছে। প্ৰায় ৩৭ বছৰৰ পিছত উত্তৰ পূৱৰ এটা বিশেষ অঞ্চল বৰফে আৱৰি ধৰিছে।নাগালেণ্ডৰ ‘লুভিচী’ নামৰ গাওঁ খনত প্ৰায় ৩৭ বছৰৰ পিছত পৰিছে বৰফ।

নাগালেণ্ডৰ জুনহেব’ত’ জিলাত অৱস্থিত ‘লুভিচে’ নামৰ গাওঁখনত প্ৰায় ৬৪ ঘৰ মানুহ আছে। ২০১১ ৰ লোকপিয়ল অনুসৰি জিলাখনত মুঠ জনসংখ্যা ৩৬৪ জন। তাৰে ভিতৰত পুৰুষৰ সংখ্যা ১৬৯ হোৱাৰ বিপৰীতে মহিলাৰ সংখ্যা ১৯৫।
আৰু চাওক
পৰৱৰ্তী বাতৰি