এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ জয়, প্ৰাৰম্ভিক ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ খেলুৱৈক পৰাস্ত

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৪–১ৰ ব্যৱধানত জয়ী শিৱ থাপা।

news18assam
Updated:April 21, 2019, 9:37 AM IST
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ জয়, প্ৰাৰম্ভিক ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ খেলুৱৈক পৰাস্ত
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৪–১ৰ ব্যৱধানত জয়ী শিৱ থাপা।
news18assam
Updated: April 21, 2019, 9:37 AM IST
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসম সন্তান শিৱ থাপাৰ জয়।

লাইট ৱেইটৰ প্ৰাৰম্ভিক ৰাউণ্ডত জয়ী শিৱ।

দক্ষিণ কোৰিয়াৰ কিম উন হুক পৰাস্ত কৰে শিৱই।

শণিবাৰে ৪–১ৰ ব্যৱধানত জয়ী অসমৰ বক্সাৰগৰাকী।

আজি কিৰঘিস্তানৰ বক্সাৰৰ বিৰুদ্ধে পৰৱৰ্তী ৰাউণ্ডৰ খেলা শিৱৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি