‘মই মুছলমান, মোৰ পত্নী হিন্দু, আৰু আমাৰ সন্তান...’ শ্বাহৰুখ খানৰ মন্তব্যই তোলপাৰ লগাইছে ইণ্টাৰনেটত

News18 Assam | News18-Assam
Updated:January 27, 2020, 1:36 PM IST
‘মই মুছলমান, মোৰ পত্নী হিন্দু, আৰু আমাৰ সন্তান...’ শ্বাহৰুখ খানৰ মন্তব্যই তোলপাৰ লগাইছে ইণ্টাৰনেটত
Source-Google

শনিবাৰে সম্প্ৰচাৰিত হৈছিল ‘ডান্স প্লাছ’ ৰিয়েলিটী শ্ব’ এটা খণ্ড। য’ত উপস্থিত আছিল শ্বাহৰুখ খান।

  • Share this:
বলীউদৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ এক বিশেষ মন্তব্য। শনিবাৰে সম্প্ৰচাৰিত হৈছিল ‘ডান্স প্লাছ’ ৰিয়েলিটী শ্ব’ এটা খণ্ড। য’ত উপস্থিত আছিল শ্বাহৰুখ খান। অনুষ্ঠানত দেশত বৰ্তমান চলি থকা স্পৰ্শকাতৰ পৰিস্থিতিকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে অভিনেতাজনে। জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শ্বাহৰুখ খানে কয় যে, ‘মই মুছলমান, মোৰ পত্নী হিন্দু, কিন্তু আমাৰ সন্তান হ’ল হিন্দুস্থান।’ মোৰ ছোৱালীয়ে বিদ্যালয়ত প্ৰ–পত্ৰ পূৰণ কৰা সময়ত ধৰ্ম লিখিবলগীয়া হৈছিল। তেতিয়া মই কৈছিলো ‘আমাৰ ধৰ্ম এটাই, সেয়া হ’ল ভাৰতীয়, আমাৰ কোনো অন্য ধৰ্ম নাই।’

আৰু চাওক
পৰৱৰ্তী বাতৰি