দীৰ্ঘ ৫ ঘণ্টা ধৰি পুৰুষসংগীৰ সৈতে যৌন সম্পৰ্কত মত্ত আছিল। আৰু সেই কথাই এইবাৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আমেৰিকাৰ মডেল আমাণ্ডো নিকোলে। তেওঁ লাছভেগাছৰ বাসিন্দা। বয়স ২৭ বছৰ। ছছিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট কৰি প্ৰায়ে চৰ্চাত থাকে মডেলগৰাকী। কিন্তু এইবাৰ তেওঁ পুৰুষসংগীৰ সৈতে প্ৰায় ৫ ঘণ্টা ধৰি যৌনতাত লিপ্ত হ'ল।
হঠাৎ প্ৰেমিক আহি উপস্থিত হৈছিল প্ৰেমিকাৰ ঘৰত। আৰু সেইসময়তে দুয়ো দীৰ্ঘসময় যৌন সম্পৰ্কত লিপ্ত হয়। তেওঁ কৈছে যে, সম্পূৰ্ণ সময় তেওঁ উপভোগ কৰিছিল। কিন্তু ইমান দীঘলীয়া সময় যৌন সম্পৰ্কত মত্ত থকা বিষয়টোৱে আমাণ্ডাক অবাক কৰিছে। পুৰুষসংগীৰ এই অস্বাভাৱিক ব্যৱহাৰত তেওঁ আচৰিত হৈ পৰিছিল।
শেষত মডেলগৰাকীয়ে এই বিষয়ে প্ৰশ্ন কৰে পুৰুষসংগীক। তেতিয়া প্ৰেমিকে ভায়াগ্ৰা গ্ৰহণ কৰা বুলি কৈ শুই পৰে। কিন্তু মাজৰাতি লাগে হুৱাদুৱা। চিৎকাৰ কৰি উঠে পুৰুষজন। লগে লগে হাস্পাতালত ভৰ্তি লৈ যায় আৰু ডাক্তৰে ইমাৰ্জেন্সী কেবিনত ভৰ্তি কৰে। শৰীৰত অতি ভাগৰুৱা অনুভৱ।
পিছত ডাক্তৰে পৰীক্ষা নিৰীক্ষাৰ অন্তত জানিব পাৰে যে, লোকজনে অতিৰিক্ত মাত্ৰাত 'ভায়াগ্ৰা' গ্ৰহণ কৰিছিল। আৰু ইয়াৰ বাবেই যৌন ক্ষমতা অত্যাধিক মাত্ৰাত বৃদ্ধি পায়। কিন্তু শাৰীৰিক ক্ষমতা একেবাৰেই নাই। ৰক্তচাপ বাঢ়ি যায়। শেষত হাস্পতালত বহুকেইটা ইনজেকশ্যন দিয়া হয়। আৰু এতিয়া লাহে লাহে আৰোগ্য হোৱাৰ পথত লোকজন...
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|