কোৰোণা অহাৰ পিছৰে পৰা মানুহৰ উপাৰ্জনৰো বহু নতুন নতুন উত্সৰ সন্ধান কৰা হৈছে। কিন্তু যদি ঘৰত বহি টকা উপাৰ্জন কৰিব বিচাৰে, তেন্তে এই পথেৰে আহবাঢ়িব পাৰে। কোৰোণা অহাৰ পিছৰে পৰা বহুতেই বাধ্য হৈ এই ধৰণৰ কইন বিক্ৰী কৰিছে। যিসকলে এই ধৰণৰ কইন সংগ্ৰহ কৰে তেওঁলোকৰ বাবে এইবাৰ আছে বিশেষ সুযোগ। আজি আমি আপোনাক এনে এটা মুদ্ৰাৰ কথা কব বিচাৰিছো, যাৰ আছে ব্যাপক চাহিদা। আজিকালি বহুতেই এই মুদ্ৰা ক্ৰয় কৰিব বিচাৰিছে।
১০ পইচাৰ এই মুদ্ৰাৰ চাহিদাৰ আছে বিশেষ কাৰণ। এই মুদ্ৰা বিক্ৰী কৰিলে লাভ কৰিব ১০ হাজাৰ টকা। এই মুদ্ৰাৰ চাহিদা বহুত। কাৰণ এই মুদ্ৰা অতি পৰিষ্কাৰ আৰু দুৰ্লভ। মুদ্ৰাটোৰ বাওঁফালে আছে সামান্য চাপ। বিক্ৰেতাৰ দাবী, কইনটো প্ৰস্তুত কৰোটেই কাৰখানাত খেলিমেলি হৈছিল।
এটা মাত্ৰ ১০ পইচাৰ একমাত্ৰ মুদ্ৰা। এই মুদ্ৰাটোৰ ১৯৮৭ চনত ৰয়েল মিণ্টে এখন পত্ৰসহ প্ৰত্যাখ্যান কৰিছিল। যি ক্ৰয় কৰিব, তেওঁক লগতে এই চাৰ্টিফিকেটখনো দিব লাগিব। এই পৰ্যন্ত বহুতেই মুদ্ৰাটো ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। এই ধৰণৰ মুদ্ৰা শীঘ্ৰেই পোৱা নাযায়।