• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • নৱম আৰু দশম শ্ৰেণীত ঐচ্ছিক বিষয় হ’ব বাণিজ্য!

নৱম আৰু দশম শ্ৰেণীত ঐচ্ছিক বিষয় হ’ব বাণিজ্য!

source-Google

source-Google

২০২০-২১ শিক্ষাবৰ্ষৰ পৰা দুয়োটা শ্ৰেণীতে বাণিজ্য বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব অসম মাধ্যমিক শিক্ষা পৰিষদে

  • Share this:
    নৱম–দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ঐচ্ছিক বিষয় হিচাপে পঢ়িব পাৰিব বাণিজ্য বিষয়! খবৰ অনুসৰি ২০২০-২১ শিক্ষা বৰ্ষৰ পৰা দুয়োটা শ্ৰেণীতে বাণিজ্য বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব অসম মাধ্যমিক শিক্ষা পৰিষদে। পিছত উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ কথা আগত ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে স্কুল পৰ্য্যায়ৰ পৰা বাণিজ্য বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব বিচৰিছে। সূত্ৰত উল্লেখ কৰা অনুসৰি, বাণিজ্য বিষয়ৰ প্ৰাথমিক জ্ঞান যেনে-বেকিং,ইঞ্চুৰেঞ্চ ইত্যাদিৰ প্ৰয়োজন দৈনন্দিন জীৱনত সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও প্ৰয়োজনীয়।

    অসম মাধ্যমিক শিক্ষা পৰিষদে লবলৈ আগবঢ়া এই নতুন পদক্ষেপে নিশ্চিতভাৱে বাণিজ্য বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিবলৈ সক্ষম হ’ব!
    First published: