মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »বেংকৰ পৰা নাইকীয়া হ’ব পাৰে আপোনাৰ জমা ধন! জানি লওক এইসমূহ কথা

বেংকৰ পৰা নাইকীয়া হ’ব পাৰে আপোনাৰ জমা ধন! জানি লওক এইসমূহ কথা

বেংকটোৱে পৰামৰ্শ দিছে যে ভুৱা একাউণ্টত পইচা আৰু সময় খৰচ নকৰিব। সেয়েহে বেংকটোৱে নিজৰ স্বীকৃতিপ্ৰাপ্ত ছচিয়েল মিডিয়া হেণ্ডেল সম্পৰ্কে অৱগত কৰিছে।

  • Share this:
    দিনক দিনে বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সকলো বাণিজ্যিক বেংক, পে’মেণ্টছ বেংক তথা মাইক্ৰ’ফাইনেন্স ইনষ্টিটিউটে গ্ৰহণ কৰিছে পদক্ষেপ। দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকেও গ্ৰাহকৰ ধন সুৰক্ষিত ৰখাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। ভাৰতীয় ষ্টেট বেংকে টুইটাৰযোগে অনলাইন প্ৰৱঞ্চকৰ পৰা বাচিবলৈ গ্ৰাহকসকলক সতৰ্ক কৰি দিছে। বেংকটোৱে কৈছে যে গ্ৰাহকসকলক ভুৱা ছচিয়েল মিডিয়া একাউণ্টৰ পৰা বচাই ৰখা উচিত।

    ভেৰিফাইড ছচিয়েল মিডিয়া একাউণ্ট ফলো কৰক
    SBI–এ গ্ৰাহকসকলক সতৰ্ক কৰি দিছে যে ভুৱা ছচিয়েল মিডিয়া একাউণ্টৰ পৰা সাৱধান হওক। গ্ৰাহকসকলক কেৱল SBIৰ স্বীকৃতিপ্ৰাপ্ত ছচিয়েল মিডিয়া একাউণ্টহে ফলো কৰাৰ পৰামৰ্শ দিছে বেংকটোৱে। টুইটাৰযোগে বেংকটোৱে ছচিয়েল মিডিয়া প্লেটফৰ্মৰ বাবে SBIৰ স্বীকৃতিপ্ৰাপ্ত আৰু অফিচিয়েল হেণ্ডেলৰ বিষয়ে জানিবলৈ দিছে।

    বেংকটোৱে পৰামৰ্শ দিছে যে ভুৱা একাউণ্টত পইচা আৰু সময় খৰচ নকৰিব। সেয়েহে বেংকটোৱে নিজৰ স্বীকৃতিপ্ৰাপ্ত ছচিয়েল মিডিয়া হেণ্ডেল সম্পৰ্কে অৱগত কৰিছে।

    SBIৰ ভেৰিফাইড একাউণ্ট :
    >> ফেচবুক : @StateBankOfIndia
    >> ইনষ্টাগ্ৰাম : @theofficialsbi
    >> টুইটাৰ : @TheOfficialSBi
    >> লিংক্ডইন : State Bank of India (SBI)
    >> গুগল+ : State Bank of India
    >> ইউটিউব : State Bank of India
    >> পিনট্ৰেষ্ট : State Bank Of India

    এছ বি আয়ে কৈছে যে অনলাইন প্ৰৱঞ্চক আৰু জালিয়াতিৰ পৰা বাচিবলৈ নিজে সতৰ্ক হোৱা প্ৰয়োজন। গ্ৰাহকৰ সহায়ৰ বাবে বেংকটোৱে জাৰি কৰিছে দুটা হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰ দুটা হ’ল 1800112211 আৰু 18004253800।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি