SBIৰ ৪২ কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! আজিৰ পৰা সলনি হ’ব ATMৰ পৰা টকা উলিওৱাৰ নিয়ম

News18 Assam | News18-Assam
Updated:January 1, 2020, 12:13 PM IST
SBIৰ ৪২ কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! আজিৰ পৰা সলনি হ’ব ATMৰ পৰা টকা উলিওৱাৰ নিয়ম
এতিয়া ATMৰ পৰা ১০ হাজাৰতকৈ অধিক ধন উলিয়াওতে প্ৰয়োজন হ’ব OTP

এতিয়া ATMৰ পৰা ১০ হাজাৰতকৈ অধিক ধন উলিয়াওতে প্ৰয়োজন হ’ব OTP

  • Share this:
নতুন বছৰৰ প্ৰথম দিনাই ভাৰতীয় ষ্টেট বেংকে ATMৰ পৰা ধন উলিওৱা পদ্ধতিত কিছু সলনি কৰিছে।  আজিৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। অধিক উন্নত সুবিধা আৰু Fraud ATM Transactionৰ পৰা ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

বেংকে OTPৰ জৰিয়তে নগদ ধন উলিওৱা পদ্ধতি আৰম্ভ কৰিছে। এই নতুন পদ্ধতিৰ জৰিয়তে নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ ATMৰ পৰা ধন উলিয়ালে বেংকত পঞ্জীয়ন হৈ থকা ম’বাইল নম্বৰত অহা OTP দিব লাগিব। এই নিয়ম ১০ হাজাৰ টকাতকৈ অধিক ধন উলিয়ালেহে কাৰ্যকৰী হ’ব।
First published: January 1, 2020, 12:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading