গ্ৰাহকলৈ নতুন উপহাৰ SBIৰ।

সস্তা হ’ব Home, Auto Personal Loan! দেশৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰ বেংক SBIয়ে গ্ৰাহকলৈ কঢ়িয়াই আনিছে সুখবৰ।

news18assam
Updated:May 11, 2019, 12:59 PM IST
গ্ৰাহকলৈ নতুন উপহাৰ SBIৰ।
সস্তা হ’ব Home, Auto Personal Loan! দেশৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰ বেংক SBIয়ে গ্ৰাহকলৈ কঢ়িয়াই আনিছে সুখবৰ।
news18assam
Updated: May 11, 2019, 12:59 PM IST
সস্তা হ’ব Home, Auto Personal Loan!
দেশৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰ বেংক SBIয়ে গ্ৰাহকলৈ কঢ়িয়াই আনিছে সুখবৰ।
Marginal cost of landing rate (এমচিএলআৰ) বেংকৰ পৰা আতঁৰোৱাৰ সিদ্ধান্ত লৈছে SBIয়ে । যাৰ ফলত Home, Auto Personal Loanত কমিব সুদৰ হাৰ। ফলস্বৰূপে লোণৰ বাবে দিবলগীয়া EMI ৰ ক্ষেত্ৰত পাব সকাহ গ্ৰাহকে। ইয়াৰ আগতেও ১০ এপ্ৰিলত বেংকৰ পৰা লোৱা ঋণত ০.১০ শতাংশ পৰ্যন্ত সুদৰ হাৰ কমাইছিল SBI–এ। উল্লেখযোগ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকত হোৱা বৈঠকত ০.২৫ শতাংশ সুদৰ হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । যাৰ ফলত বহুকেইটা চৰকাৰী বেংকে সুদৰ হাৰ কম কৰাৰ সিদ্ধান্ত লৈছিল। সেইদৰে SBI–এ মাৰ্জিনেল ক’ষ্ট অৱ লেণ্ডিং ৰেট (MCLR)ত ০.০৫ শতাংশ কম কৰিছিল। SBI–এ ১ মে’ৰ পৰা বেংকৰ হাৰৰ লগত একেলগ কৰিলে ৰেপ’ ৰেট । ১ লাখৰ ওপৰত লোৱা লোনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব SBI–এ লোৱা এই নতুন সিদ্ধান্ত। যাৰফলত বেংকে ধাৰ্য্য কৰা নতুন নিয়ম অনুসৰি জমা কৰা ধনত ৩.৫ শতাংশ সুত পাইছে গ্ৰাহকে ।
আৰু চাওক পৰৱৰ্তী বাতৰি