জিৰ’বেলেঞ্চত SBIৰ একাউণ্ট, বিনামূলীয়াকৈ লাভ কৰিব এইসমূহ সুবিধা

কেনেকৈ খুলিব পাৰিব নূন্যতম বেলেঞ্চ একাউণ্ট, এই একাউণ্ট খুলাৰ সুবিধা কি?

news18assam
Updated:June 11, 2019, 1:43 PM IST
জিৰ’বেলেঞ্চত SBIৰ একাউণ্ট, বিনামূলীয়াকৈ লাভ কৰিব এইসমূহ সুবিধা
কেনেকৈ খুলিব পাৰিব নূন্যতম বেলেঞ্চ একাউণ্ট, এই একাউণ্ট খুলাৰ সুবিধা কি?
news18assam
Updated: June 11, 2019, 1:43 PM IST
ষ্টেট বেংক অব ইণ্ডিয়াই জিৰ’বেলেঞ্চ একাউণ্ট খুলা সুবিধা প্ৰদান কৰিছে। এই একাউণ্টৰ আধাৰত একাউণ্ট ব্যৱহাৰকাৰীয়ে লাভ কৰা নাছিল এই সুবিধাসমূহ। সুখবৰ যে, RBI–এ জিৰ’বেলেঞ্চ একাউণ্ট থকা গ্ৰাহকক চেক বুক আৰু অন্য বেংকিং সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰিব। ১জুলাইৰ পৰা লাভ কৰিব এই সুবিধা। কেনেকৈ খুলিব নূন্যতম বেলেঞ্চ একাউণ্ট, এই একাউণ্ট খুলাৰ সুবিধা কি...

এনেকৈ খুলিব পাৰিব বেংক একাউণ্টঃ
SBIৰ BSBD একাউণ্টো অন্য একাউণ্টৰ দৰে সহজে খুলিব পৰা যায়, অন্য একাউণ্টৰ দৰে এই একাউণ্টৰ বাবেও KYCৰ নিয়মসমূহ মানি চলিব লাগিব। এই একাউণ্ট গ্ৰাহকে অকলে বা জইণ্টো খুলিব পাৰে আৰু দেশৰ প্ৰতিটো শাখাতে উপলব্ধ হ’ব এই একাউণ্ট।

জিৰ’ বেলেঞ্চ একাউণ্টৰ বাবে SBI–এ প্ৰদান কৰিব এই সেৱাঃ
>> গ্ৰাহকে KYCৰ চৰ্ত পূৰণ কৰিলে খুলিব পাৰিব জিৰ’ বেলেঞ্চ একাউণ্ট
>> বিনামূলীয়াকৈ লাভ কৰিব ATM কাৰ্ড
>> বিনামূলীয়াকৈ লাভ কৰিব ইণ্টাৰনেট বেংকিং

>> ৪ বাৰকৈ ধন উলিয়াব পাৰিব ATMৰ পৰা
>> কেৱল বেংক একাউণ্টত জমা কৰক ধন আৰু ATM কাৰ্ড

পূৰ্বে লাভ কৰিছিল এই সুবিধাঃ
কোনোধৰণৰ মেক্সিমাম আৰু মিনিমাম বেলেঞ্চ ৰখাৰ প্ৰয়োজন নহয়। ষ্টেট বেংকৰ অন্য একাউণ্টে লাভ কৰা সুতৰ সমানে বছৰে বছৰে লাভ কৰিব সুত। অন্য একাউণ্টসমূহে লাভ কৰা ডেবিট কাৰ্ড আৰু নেট বেংকিঙৰ সুবিধাও লাভ কৰিব জিৰ’ বেলেঞ্চ একাউণ্টে।
আৰু চাওক পৰৱৰ্তী বাতৰি