নতুন বছৰত SBI ৰ ডাঙৰ উপহাৰ! ১ জানুৱাৰী ২০২০ৰ পৰাই লওক এই লাভ

News18 Assam | News18-Assam
Updated:December 28, 2019, 1:14 PM IST
নতুন বছৰত SBI ৰ ডাঙৰ উপহাৰ! ১ জানুৱাৰী ২০২০ৰ পৰাই লওক এই লাভ
Source-Google

নতুন বছৰত ভাৰতীয় ষ্টেট বেংকে ঘৰ ক্ৰয় কৰিব বিচৰা সকলক দিছে সস্তাত হোম লোন

  • Share this:
নতুন বছৰতত ঘৰ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? ভাৰতীয় ষ্টেট বেংকে সস্তাত আগবঢ়াব হোম লোন। ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সকলৰ বাবে এই বিশেষ উপহাৰ। SBIএ হোম লোনৰ ক্ষেত্ৰত সুতৰ হাৰ হ্ৰাস কৰিছে। SBIৰ এই অফাৰৰ ফলত ৭.০৯ শতাংশ সুতৰ হাৰত দিব হোম লোন। ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। ইতিমধ্যে টুইটাৰ যোগে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই জনাইছে এই কথা।
আৰু চাওক
পৰৱৰ্তী বাতৰি