কি কাৰণে হঠাৎ বন্ধ হৈছে SBI ৰ ATM? গ্ৰাহকৰ মাজত হাহাকাৰ

News18-Assam
Updated:November 18, 2019, 7:18 PM IST
কি কাৰণে হঠাৎ বন্ধ হৈছে SBI ৰ ATM? গ্ৰাহকৰ মাজত হাহাকাৰ
SBI ৰ ATM কাৰ্ডত হেকাৰৰ চকু

SBI ৰ ATM কাৰ্ডত হেকাৰৰ চকু

  • Share this:
SBI ৰ ATM কাৰ্ডত হেকাৰৰ চকু। মুহূৰ্তৰ ভিতৰতে নোহোৱা হৈছে একাউণ্টৰ ধন। ত্ৰিপুৰাত সংঘটিত হৈছে এই ঘটনা। বিকল্প কাৰ্ডেৰে দুষ্ট চক্ৰই ওলিয়াই নিছে ধন। ফলত SBI এ এখন জাননী জাৰি কৰি ৰাজ্যখনৰ প্ৰায় ৬০০০ ATM কাৰ্ড বন্ধ কৰি দিছে। এদিনৰ ভিতৰত ত্ৰিপুৰাৰ আগৰতলাৰ প্ৰায় ১২ জন লোকৰ একাউণ্টৰ পৰা ধন নোহোৱা হোৱাত লোক কেইজনে আগৰতলা থানাত এজাহাৰ দাখিল কৰে। পিছত SBI এ হেকাৰৰ হাতত অধিক গ্ৰাহকৰ তথ্য থকাৰ সন্দেহত বন্ধ কৰি দিয়া হৈছে SBI ৰ ATM কাৰ্ড সমূহ।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি