SBIৰ নতুন ATM কাৰ্ড!

ভাৰতবৰ্ষ ক্ৰমাত ডিজিটেল হোৱাৰ দিশে আগবঢ়াৰ সময়তে দেশত বৃদ্ধি পাইছে ‘ডিজিটেল ক্ৰাইম’। সেইদৰে ATM কাৰ্ড হেক কৰিও বহুতে লুটি নিয়ে বহুতৰে কষ্ট উপাৰ্জিত ধন । এনেধৰণৰ ঘটনাৰ পৰা জনসাধাৰণক সকাহ দিবলৈ এখ নতুন আঁচনি হাতত লৈছে ভাৰতীয় ষ্টেট বেংকে ।

news18assam
Updated:May 14, 2019, 8:48 AM IST
SBIৰ নতুন ATM কাৰ্ড!
ভাৰতবৰ্ষ ক্ৰমাত ডিজিটেল হোৱাৰ দিশে আগবঢ়াৰ সময়তে দেশত বৃদ্ধি পাইছে ‘ডিজিটেল ক্ৰাইম’। সেইদৰে ATM কাৰ্ড হেক কৰিও বহুতে লুটি নিয়ে বহুতৰে কষ্ট উপাৰ্জিত ধন । এনেধৰণৰ ঘটনাৰ পৰা জনসাধাৰণক সকাহ দিবলৈ এখ নতুন আঁচনি হাতত লৈছে ভাৰতীয় ষ্টেট বেংকে ।
news18assam
Updated: May 14, 2019, 8:48 AM IST
ভাৰতবৰ্ষ ক্ৰমাৎ ডিজিটেল হোৱাৰ দিশে আগবঢ়াৰ সময়তে দেশত বৃদ্ধি পাইছে ‘ডিজিটেল ক্ৰাইম’। সেইদৰে ATM কাৰ্ড হেক কৰিও বহুতে লুটি নিয়ে বহুতৰে কষ্ট উপাৰ্জিত ধন । এনেধৰণৰ ঘটনাৰ পৰা জনসাধাৰণক সকাহ দিবলৈ এখন নতুন আঁচনি হাতত লৈছে ভাৰতীয় ষ্টেট বেংকে । SBI–এ নিৰ্মাণ কৰা এই নতুন কাৰ্ড খনত থাকিব অন–অফ কৰিব পৰা ব্যৱস্থা ! SBI–এ নিৰ্মান কৰা ATM কাৰ্ডখন ক’ন্ট্ৰল কৰিব পাৰিব গ্ৰাহক সকলে নিজই । যাৰ ফলত ATM হেক নোহোৱা হ’ব বুলি জনাইছে SBI কৰ্তৃপক্ষই ।

SBI এ SBI Quick এপৰ জৰিয়তে এই সুবিধা দিব গ্ৰাহকসকলক । ATM কাৰ্ড খন অন–অফ কৰা, পিন নম্বৰ সলনি কৰা সুবিধা ধাকিব SBI Quick এপত । SBI Quick এপ যিটো ফোন নম্বৰত ডাউনলোড কৰা হ’ব সেই নম্বৰ নিজৰ একাউন্ট থকা SBIৰ শাখাত Register থাকিব লাগিব ।
আৰু চাওক পৰৱৰ্তী বাতৰি