চৰকাৰী চাকৰিঃ কোনো পৰীক্ষা দিব নালাগে, নাই কোনো ইণ্টাৰভিউ, লাভ কৰক ১৪ লাখ টকা পেকেজৰ চাকৰি!

News18 Assam | News18-Assam
Updated:December 21, 2020, 7:33 PM IST
চৰকাৰী চাকৰিঃ কোনো পৰীক্ষা দিব নালাগে, নাই কোনো ইণ্টাৰভিউ, লাভ কৰক ১৪ লাখ টকা পেকেজৰ চাকৰি!
চৰকাৰী চাকৰি লাভ কৰাটো বহুতৰে বাবে এটা সপোন। দিন ৰাতি একাকাৰ কৰি বহুতে কেৱল প্ৰস্তুতি চলাই, একমাত্ৰ চৰকাৰী চাকৰি এটা পাবলৈ।

চৰকাৰী চাকৰি লাভ কৰাটো বহুতৰে বাবে এটা সপোন। দিন ৰাতি একাকাৰ কৰি বহুতে কেৱল প্ৰস্তুতি চলাই, একমাত্ৰ চৰকাৰী চাকৰি এটা পাবলৈ।

  • Share this:
চৰকাৰী চাকৰি লাভ কৰাটো বহুতৰে বাবে এটা সপোন। দিন ৰাতি একাকাৰ কৰি বহুতে কেৱল প্ৰস্তুতি চলাই, একমাত্ৰ চৰকাৰী চাকৰি এটা পাবলৈ। তাৰ মাজতে এল আই চিয়ে জাৰি কৰিছে বিভিন্ন খালী পদ ভৰ্তিৰ বিজ্ঞাপন। এই ভেকেন্সী এল আই চিৰ হাউচিং ফাইনেন্সৰ বাবে মেনেজমেণ্ট ট্ৰেইনী আৰু এচিচটেণ্ট মেনেজাৰ পদৰ বাবে। ইয়াৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ ২০২০।

ভেকেন্সী ডিটেইলচ-

মেনেজমেণ্ট ট্ৰেইনী- ৯টা পদ

এচিচটেণ্ট মেনেজাৰ- ১১টা পদ।

যোগ্যতা-

যিসকল প্ৰাৰ্থী এম চি এ, বি এচ চি, বিটেক বা বি আই ডিগ্ৰীধাৰী, সেইসকলে আবেদন কৰিব পাৰিব।

চেলাৰী স্কেল-

বাৰ্ষিক ১৪ লাখ টকা পৰ্যন্ত।

বয়সৰ সীমা-

অধিকতম সীমা ৩০ বছৰ। কিন্তু সংৰক্ষিত শ্ৰেণীৰ বাবে বিশেষ সুবিধা থাকিব।

কিদৰে কৰিব আবেদন-

সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব লাগিব।

নিৰ্বাচন প্ৰক্ৰিয়া-

পদ পূৰণৰ বাবে কোনো ধৰণৰ পৰীক্ষা নহয়। মেৰিটৰ আধাৰত নিৰ্বাচিত কৰা হ’ব।
Published by: Himangshu Bhuyan
First published: December 21, 2020, 7:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি