চৰকাৰী চাকৰিঃ কোনো পৰীক্ষা দিব নালাগে, নাই কোনো ইণ্টাৰভিউ, লাভ কৰক ১৪ লাখ টকা পেকেজৰ চাকৰি!

চৰকাৰী চাকৰি লাভ কৰাটো বহুতৰে বাবে এটা সপোন। দিন ৰাতি একাকাৰ কৰি বহুতে কেৱল প্ৰস্তুতি চলাই, একমাত্ৰ চৰকাৰী চাকৰি এটা পাবলৈ।
চৰকাৰী চাকৰি লাভ কৰাটো বহুতৰে বাবে এটা সপোন। দিন ৰাতি একাকাৰ কৰি বহুতে কেৱল প্ৰস্তুতি চলাই, একমাত্ৰ চৰকাৰী চাকৰি এটা পাবলৈ।
- News18 Assam
- Last Updated: December 21, 2020, 7:33 PM IST
ভেকেন্সী ডিটেইলচ-
মেনেজমেণ্ট ট্ৰেইনী- ৯টা পদ
যোগ্যতা-
যিসকল প্ৰাৰ্থী এম চি এ, বি এচ চি, বিটেক বা বি আই ডিগ্ৰীধাৰী, সেইসকলে আবেদন কৰিব পাৰিব।
চেলাৰী স্কেল-
বয়সৰ সীমা-
অধিকতম সীমা ৩০ বছৰ। কিন্তু সংৰক্ষিত শ্ৰেণীৰ বাবে বিশেষ সুবিধা থাকিব।
কিদৰে কৰিব আবেদন-
সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব লাগিব।
নিৰ্বাচন প্ৰক্ৰিয়া-
পদ পূৰণৰ বাবে কোনো ধৰণৰ পৰীক্ষা নহয়। মেৰিটৰ আধাৰত নিৰ্বাচিত কৰা হ’ব।