• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আজি সৰস্বতী পূজা ! স্কুল–কলেজসমূহত বাগদেৱীৰ পূজা–অৰ্চনাৰ বিশেষ আয়োজন ...

আজি সৰস্বতী পূজা ! স্কুল–কলেজসমূহত বাগদেৱীৰ পূজা–অৰ্চনাৰ বিশেষ আয়োজন ...

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পৰম্পৰা অনুযায়ী প্ৰতি বছৰৰ দৰে এইবেলিও শিক্ষাৰ্থীসকলে দেৱী সৰস্বতীক এই বিশেষ দিনটোত পূজা আগবঢ়াব।

  • Share this:
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পৰম্পৰা অনুযায়ী প্ৰতি বছৰৰ দৰে এইবেলিও শিক্ষাৰ্থীসকলে দেৱী সৰস্বতীক এই বিশেষ দিনটোত পূজা আগবঢ়াব। পুৱাৰে বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিছে ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহ। প্ৰতিখন স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে।

সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয়সমূহৰ চৌহদ। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ধূপ-চাকিৰ প্ৰজ্বলনৰে এক আধ্য়াত্মিক পৰিৱেশ বিৰাজ কৰিছে পূজাথলীসমূহত। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গৈছে এনে পৰিৱেশ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি