মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»ছানা উল্লাহৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

ছানা উল্লাহৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

News18-Assam
Updated:June 7, 2019, 5:01 PM IST
ছানা উল্লাহৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
২০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন। প্ৰয়োজন হ’ব দুজন জামিনদাৰ

২০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন। প্ৰয়োজন হ’ব দুজন জামিনদাৰ

  • Share this:
শুকুৰবাৰে প্ৰাক্তন সেনা বিষয়া ছানা উল্লাহৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।২০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত প্ৰাক্তন সেনা বিষয়াজনৰ জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে। জামিনৰ বাবেপ প্ৰয়োজন হ’ব দুজন জামিনদাৰ।



উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল চানা উল্লাহ। সেইদৰে গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ লগতে ৰাজ্য চৰকাৰ, NRC কৰ্তৃপক্ষলৈ কাৰণদৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। সেইদৰে তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধেও জাননী জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে।
First published: June 7, 2019, 5:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি