মোৰ নিজৰে থকা ঘৰক লৈ সমস্যা...ৰাণু মণ্ডলক ঘৰ উপহাৰ দিয়াৰ ভুৱা বাতৰিক লৈ কি ক’লে ছলমানে?

ছলমান খানৰ মন্তব্য শুনিলেনে?

News18
Updated:September 24, 2019, 5:26 PM IST
মোৰ নিজৰে থকা ঘৰক লৈ সমস্যা...ৰাণু মণ্ডলক ঘৰ উপহাৰ দিয়াৰ ভুৱা বাতৰিক লৈ কি ক’লে ছলমানে?
ছলমান খানৰ মন্তব্য শুনিলেনে?
News18
Updated: September 24, 2019, 5:26 PM IST
আৰে মোৰ নিজৰে থকা ঘৰক লৈ সমস্যা! মোৰ তেওঁৰ লগত একো লেন–দেন নাই। অৱশেষত ইণ্টাৰনেট ছেনছেচন ৰাণু মণ্ডলক ঘৰ উপহাৰ দিয়াক লৈ প্ৰথম প্ৰতিক্ৰিয়া দিলে ছলমান খানে। বিগ বছ ১৩ৰ লন্স ইভেণ্টত সংবাদমাধ্যমৰ সৈতে কথা পাতি ছলমানে দিলে ৰাণু সন্দৰ্ভত নিজৰ মত। বিগ বছৰ সৈতে সম্পৰ্কিত প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে ছলমান খানে ৰাণু মণ্ডলক শেহতীয়াকৈ ৫৫লাখ টকীয়া এক ঘৰ উপহাৰ দিয়াক লৈ বিয়পি পৰা ভুৱা বাতৰিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 

কি ক’লে ছলমানে?

আপুনি ৰাণু মণ্ডলক কোনো ঘৰ আৰু গাড়ী উপহাৰ দিছে নে কি? সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছলমান খানে হাঁহি হাঁহি কয়,

আৰে বন্ধু, মোৰ আৰু তেওঁৰ একো নাই। মই নিজৰে থকা ঘৰৰ সমস্যা। মই নিজে এটা বেডৰুমৰ ঘৰত থাকো। না মই তেওঁক কোনো ঘৰ দিছো না কোনো গাড়ী দিছো।  কোনোবাই মোক বৰবাদ কৰিব বিচাৰিছে। কোনোবাই কৈছে মই তেওঁক ঘৰ দিছো, কোনোবাই কৈছে মই গাড়ী দিছো। মই নিজে থকা ঘৰৰ সমস্যাত আছো। গাড়ী দেখোন আজিকালি EMIত পায়। গাড়ী তেওঁ নিজে লৈ ল’ব।


 

READ MORE: আচৰিত! চলন্ত অৱস্থাতে অটোৰ চকা সলনি কৰিলে এইজন যুৱকে – চাওক ভাইৰেল Video
আৰু চাওক পৰৱৰ্তী বাতৰি