• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IPL 2021: দিল্লীৰ অধিনায়ক পণ্টৰ বেটৰ কোবৰ পৰা কোনোমতেহে নিজকে ৰক্ষা কৰিলে কাৰ্তিকে ! চাওক Video...

IPL 2021: দিল্লীৰ অধিনায়ক পণ্টৰ বেটৰ কোবৰ পৰা কোনোমতেহে নিজকে ৰক্ষা কৰিলে কাৰ্তিকে ! চাওক Video...

IPL 2021ৰ DC vs KKRৰ খেলৰ সময়ত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছিল। কলকাতাৰ উইকেটকিপাৰ বেটছমেন দিনেশ কাৰ্তিক (Dinesh Karthik) দিল্লীৰ অধিনায়ক ঋষভ পন্তৰ (Rishabh Pant) শিশুসুলভ কাৰ্য্যৰ বাবে বিপদত পৰাৰ সম্ভাৱনা দেখা গৈছিল।

  • Share this:
দিল্লী কেপিটেলছ (DC vs KKR) আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত ৪১ তম আই পি এল ২০২১ (IPL 2021) খেলৰ সময়ত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছিল। কলকাতাৰ উইকেটকিপাৰ বেটছমেন দিনেশ কাৰ্তিক (Dinesh Karthik) দিল্লীৰ অধিনায়ক ঋষভ পন্তৰ (Rishabh Pant) শিশুসুলভ কাৰ্য্যৰ বাবে বিপদত পৰাৰ সম্ভাৱনা দেখা গৈছিল। দৰাচলতে, ১৭ তম অভাৰত পণ্টে বেটখন ইমান বিপদজনক ধৰণে খেলিছিল যে কাৰ্তিকে কোনোমতেহে নিজক ৰক্ষা কৰিলে।

বলাৰ বৰুণ চক্ৰৱৰ্তীয়েও এইটো দেখি আচৰিত হৈছিল। পণ্টে বৰুণ চক্ৰৱৰ্তীৰ প্ৰথম বলটো চলাব বিচাৰিছিল, কিন্তু বলটো তেওঁৰ বেটৰ তলত লাগিছিল আৰু উইকেটৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল। কাৰ্তিকে ইয়াক ধৰিবলৈ আগবাঢ়ি আহিছিল। একে সময়তে, পণ্টে বলটো ৰখাবলৈ বেটখন পিছফালে ঘূৰাই দিছিল।
Published by:Kokil Sarma
First published: