Jio ৰ ধামাকা দীপাৱলী অফাৰ! ৬৯৯ টকাতে লাভ কৰক 4G ফোন

এইবাৰ দীপাৱলীত JIO ই আগবঢ়াইছে ধামাকা অফাৰ। দীপাৱলীৰ সময়ত অতি কম মূল্যত উপহাৰ দিয়ক JIO ৰ 4G ফোন। 

News18-Assam
Updated:October 20, 2019, 4:40 PM IST
Jio ৰ ধামাকা দীপাৱলী অফাৰ! ৬৯৯ টকাতে লাভ কৰক 4G ফোন
এইবাৰ দীপাৱলীত JIO ই আগবঢ়াইছে ধামাকা অফাৰ। দীপাৱলীৰ সময়ত অতি কম মূল্যত উপহাৰ দিয়ক JIO ৰ 4G ফোন। 
News18-Assam
Updated: October 20, 2019, 4:40 PM IST
এইবাৰ দীপাৱলীত JIO ই আগবঢ়াইছে ধামাকা অফাৰ। দীপাৱলীৰ সময়ত অতি কম মূল্যত উপহাৰ দিয়ক JIO ৰ 4G ফোন। Reliance Jio ই ফেষ্টিভ ছিজনত JIO ফোনত আকৰ্ষণীয় অফাৰ দিছে। এইবাৰ আপুনি অতি কম মূল্যতে নিজৰ আত্মীয়ক ডিজিটেল লাইফৰ উপহাৰ অৰ্থাৎ Jio ফোন উপহাৰ হিচাপে দিব পাৰিব। দীপাৱলী উপলক্ষে Reliance Jio ই নিজৰ 4G ফোনৰ মূল্য ৫০ শতাংশ হ্ৰাস কৰিছে। মুকলি কৰাৰ সময়ত JIO ফোনৰ মূল্য আছিল ১৫০০ টকা। কিন্তু এতিয়া এই মূল্য হ্ৰাস কৰিছে প্ৰতিষ্ঠানটোৱে। এতিয়াৰ পৰা মাত্ৰ ৬৯৯ টকাতে উপলব্ধ হ’ব এই ফোন।

 
আৰু চাওক পৰৱৰ্তী বাতৰি