এতিয়াৰ পৰা Reliance Jioৰ গ্ৰাহকে WhatsApp-ৰ জৰিয়তেও কৰিব পাৰিব ৰিচাৰ্জ

News18 Assam | News18-Assam
Updated:June 9, 2021, 8:46 PM IST
এতিয়াৰ পৰা Reliance Jioৰ গ্ৰাহকে WhatsApp-ৰ জৰিয়তেও কৰিব পাৰিব ৰিচাৰ্জ
ৰিলায়েন্স জিওৰ শেহতীয়াকৈ নিজৰ গ্ৰাহকৰ বাবে এক আকৰ্ষণীয় সুবিধা আগবঢ়াইছে।

ৰিলায়েন্স জিওৰ শেহতীয়াকৈ নিজৰ গ্ৰাহকৰ বাবে এক আকৰ্ষণীয় সুবিধা আগবঢ়াইছে।

  • Share this:
ৰিলায়েন্স জিওৰ শেহতীয়াকৈ নিজৰ গ্ৰাহকৰ বাবে এক আকৰ্ষণীয় সুবিধা আগবঢ়াইছে। এতিয়াৰ পৰা WhatsApp-ৰ জৰিয়তেও Reliance Jioৰ গ্ৰাহকে কৰিব পাৰিব ৰিচাৰ্জ। এই সেৱা Reliance Jio, Jio ফাইবাৰ, Jioমাৰ্টৰ গ্ৰাহকৰ বাবেও উপলব্ধ হ'ব।

কেনেকৈ কাম কৰিবঃ

যিসকলে WhatsApp-ত এই সেৱা ব্যৱহাৰ কৰিব বিচাৰে, তেওঁলোকে প্ৰথমে

JioCareৰ নম্বৰ নিজৰ ফোন বুকত চেভ কৰিব লাগিব। JioCareৰ নম্বৰ হ'ল 7000770007।

সংযোগ হ'বলৈ প্ৰথমে 7000770007 নম্বৰত Hi বুলি মেছেজ দিব লাগিব। আৰু তাৰ পিছতে এটা Auto Generated মেছেজ লাভ কৰিব, যাৰ জৰিয়তে গ্ৰাহকে তলত উল্লেখিত ধৰণে আগবাঢ়িব লাগিবঃ

JIO Sim Recharge
Get new JIO Sim or Port Facility

Support for JioFibre
Support for International Roaming
Support for JIOMart
Published by: Himangshu Bhuyan
First published: June 9, 2021, 8:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি