
তিয়া ৰিলায়েঞ্চ জিঅ’ই অন্যান্য ক্ষেত্ৰতো নিজৰ টেকনিক বিস্তাৰ কৰিব বিচাৰিছে
তিয়া ৰিলায়েঞ্চ জিঅ’ই অন্যান্য ক্ষেত্ৰতো নিজৰ টেকনিক বিস্তাৰ কৰিব বিচাৰিছে
ৰিলায়েঞ্চ জিঅ’ টেলিকম চেক্টৰৰ অগ্ৰণী প্ৰতিষ্ঠান। এতিয়া ৰিলায়েঞ্চ জিঅ’ই অন্যান্য ক্ষেত্ৰতো নিজৰ টেকনিক বিস্তাৰ কৰিব বিচাৰিছে। ৰিলায়েন্স জিঅ’ই নিজৰ বাহন চলুচ্যন প্ৰদৰ্শন কৰিছে যাৰ ফলত গ্ৰাহকসকলে নিজৰ বাহন খনৰ বিষয়ে জনাৰ লগতে বাহনখনৰ Performance বিষয়েও জানিব পাৰিব।
জিঅ’ৰ এই সমাধান সমূহৰ ভিতৰত আছে হাৰ্ডৱেৰ, সংযোগ আৰু প্লেটফৰ্ম, যিয়ে ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি স্কেলিংৰ লগতে ডাটাৰ সুৰক্ষাৰ দিশটো অন্তৰ্ভুক্ত হৈ আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|