সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে ৰিলায়েঞ্চ জিঅ’ৰ গ্ৰাহকৰ সংখ্যা। ছেপ্তেম্বৰ মাহত কেৱল অসমতে প্ৰায় ১.৭ লাখ নতুন Users বৃদ্ধি পালে জিঅ’ৰ। জিঅ’ৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে কেৱল ছেপ্তেম্বৰ মাহতে ২২ হাজাৰ গ্ৰাহক হৰুৱালে এয়াৰটেলে।
টেলিকম ৰেগুলেটৰী অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ছেপ্তেম্বৰ মাহত অসমত জিঅ’ৰ মাৰ্কেট শ্বেয়াৰ প্ৰায় ৯১ শতাংশ। আশ্বৰ্যজনক ভাবে মাহটোত বিএছএনএলৰো ১৬ হাজাৰ গ্ৰাহক বৃদ্ধি পাইছে। কিন্তু দ্ৰুত গতিত গ্ৰাহক হেৰুৱাইছে AIRTEL, Idea Vodafone এ।
ৰাষ্ট্ৰীয় পৰ্যায়তো জিঅ’ আৰু BSNL ৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু ভডাফোন আইডিয়া, এয়াৰটেলৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|