
অক্টোবৰ মাহত ৰিলায়েন্স জিঅ’ৰ এক লাখ ৯৪ হাজাৰ গ্ৰাহক বৃদ্ধি পালে। ফলত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈকে ৰিলায়েন্স জিঅ’ৰ বৃদ্ধি হোৱা গ্ৰাহকক সংখ্যা হ’লগৈ ২০ লাখ ৭৯ হাজাৰ।
অক্টোবৰ মাহত ৰিলায়েন্স জিঅ’ৰ এক লাখ ৯৪ হাজাৰ গ্ৰাহক বৃদ্ধি পালে। ফলত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰলৈকে ৰিলায়েন্স জিঅ’ৰ বৃদ্ধি হোৱা গ্ৰাহকক সংখ্যা হ’লগৈ ২০ লাখ ৭৯ হাজাৰ।
টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অসমৰ সৰ্বাধিক ব্যৱহৃত নেটৱৰ্ক সেৱা হিচাপে আকৌ এবাৰ পৰিগণিত গৈছে ৰিলায়েন্স জিঅ’। তথ্য অনুসৰি অক্টোবৰ মাহত অসমৰ বজাৰত ৰিলায়েন্স জিঅ’ৰ মাৰ্কেট শ্বেয়াৰ ৪৯ শতাংশ। সেইদৰে অক্টোবৰ মাহত ৰিলায়েন্স জিঅ’ৰ এক লাখ ৯৪ হাজাৰ গ্ৰাহক বৃদ্ধি পালে। সেইদৰে অক্টোবৰ মাহত এয়াৰটেলৰ ২৯ হাজাৰ, ভ’ডাফোন–আইডিয়াৰ ১ লাখ ৪৬ হাজাৰ, বিএছএনএলৰ ২২ হাজাৰ গ্ৰাহক বৃদ্ধি পালে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|