Jioৰ ওচৰত এনেকুৱা ৰিচাৰ্জ পেক আছে য’ত 1 GB ডাটাৰ বাবে খৰচ কৰিবলগীয়া হয় মাত্ৰ ৩.৫ টকা।
Jioৰ ওচৰত এনেকুৱা ৰিচাৰ্জ পেক আছে য’ত 1 GB ডাটাৰ বাবে খৰচ কৰিবলগীয়া হয় মাত্ৰ ৩.৫ টকা।
টেলিকম ইণ্ডাষ্ট্ৰী (Telecom Industry)ত প্ৰতিযোগিতা দিনক দিনে বাঢ়িছে। গ্ৰাহকক আকৰ্ষিত কৰাৰ বাবে টেলিকম কোম্পানীসমূহে মুকলি কৰে বহুতো আকৰ্ষণীয় প্লান। সস্তা প্লেনৰ কথা আহিলে প্ৰথমে নাম আহে ৰিলায়েঞ্চ জিঅ’ৰ। শেহতীয়াকৈ জিঅ’ই এক বিশেষ প্লেনৰ জৰিয়তে টেলিকম ইণ্ডাষ্ট্ৰীত খলকনিৰ সৃষ্টি কৰিছে। Jioৰ ওচৰত এনেকুৱা ৰিচাৰ্জ পেক আছে য’ত 1 GB ডাটাৰ বাবে খৰচ কৰিবলগীয়া হয় মাত্ৰ ৩.৫ টকা।
৫৯৯ টকাৰ আকৰ্ষণীয় প্লেন
ৰিলায়েঞ্চ জিঅ’ৰ এই প্লেনৰ ভেলিডিটী ৮৪ দিন। ৫৯৯ টকাৰ এই প্লেনত প্ৰতিদিনে 2 GB ডাটা প্ৰদান কৰা হয়। সকলো মিলাই ৮৪ দিনত ১৬৮ GB ডাটা গ্ৰাহকে লাভ কৰে। অৰ্থাৎ ব্যৱহাৰকাৰীয়ে 1 GB ডাটাৰ বাবে ৫৯৯ টকাৰ এই প্লেনত খৰচ কৰিব লাগে মাত্ৰ ৩.৫৭ টকা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|