পেলনীয়া প্লাষ্টিকৰ বটল সংগ্ৰহেৰে ৰিলায়েঞ্চ ফাউণ্ডেচন বিশেষ সজাগতা

ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানী আৰু  ৰিলায়েঞ্চ ৰিটেইল আৰু ৰিলায়েঞ্চ জিঅ’ ইনফ’কমৰ ডাইৰেক্টৰ ইচা আম্বানীয়ে হাতত লৈছে  সমগ্ৰ দেশত প্লাষ্টিকৰ বিৰুদ্ধে বিশেষ সজাগতা।

News18-Assam
Updated:November 9, 2019, 12:57 PM IST
পেলনীয়া প্লাষ্টিকৰ বটল সংগ্ৰহেৰে ৰিলায়েঞ্চ ফাউণ্ডেচন বিশেষ সজাগতা
ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানী আৰু  ৰিলায়েঞ্চ ৰিটেইল আৰু ৰিলায়েঞ্চ জিঅ’ ইনফ’কমৰ ডাইৰেক্টৰ ইচা আম্বানীয়ে হাতত লৈছে  সমগ্ৰ দেশত প্লাষ্টিকৰ বিৰুদ্ধে বিশেষ সজাগতা।
News18-Assam
Updated: November 9, 2019, 12:57 PM IST
ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানী আৰু  ৰিলায়েঞ্চ ৰিটেইল আৰু ৰিলায়েঞ্চ জিঅ’ ইনফ’কমৰ ডাইৰেক্টৰ ইচা আম্বানীয়ে হাতত লৈছে  সমগ্ৰ দেশত প্লাষ্টিকৰ বিৰুদ্ধে বিশেষ সজাগতা।



পেলনীয়া প্লাষ্টিকৰ বটল সংগ্ৰহ কৰি দেশত প্ৰদূষণ হ্ৰাস কৰিবৰ বাবে Swachata Hi Seva ৰ অংশ হিচাপে আৰম্ভ কৰিছে ‘Recycle4Life programme’ নামৰ এক অভিযান।



ইতিমধ্যে ৰিলায়েঞ্চ ইণ্ড্ৰাষ্টীজ লিমিটেডৰ কৰ্মচাৰী আৰু ইয়াৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত জড়িত কৰ্মচাৰী সকলে সমগ্ৰ দেশতে প্ৰায় ৩৯ লাখ প্লাষ্টিকৰ পেলনীয়া বটল সংগ্ৰহ কৰিছে।



 

 
আৰু চাওক পৰৱৰ্তী বাতৰি