ঘৰত AC, ফ্ৰীজ লাগে যদি কিনি লওক, ১ জানুৱাৰীৰ পৰা বাঢ়িব দাম!
News18-Assam Updated:November 24, 2019, 11:13 AM IST

জানুৱাৰীৰ পৰা নতুন এনাৰ্জী লেৱেলিং নৰ্মছ কাৰ্যকৰী হ’ব। তাৰ পিছতে ৫ ষ্টাৰ ৰেফ্ৰিজাৰেটত ৬০০০ টকাপৰ্যন্ত দাম বৃদ্ধি হ’ব পাৰে।
জানুৱাৰীৰ পৰা নতুন এনাৰ্জী লেৱেলিং নৰ্মছ কাৰ্যকৰী হ’ব। তাৰ পিছতে ৫ ষ্টাৰ ৰেফ্ৰিজাৰেটত ৬০০০ টকাপৰ্যন্ত দাম বৃদ্ধি হ’ব পাৰে।
- News18 Assam
- Last Updated: November 24, 2019, 11:13 AM IST
CEAMAৰ মতে, লেভেলিং গাইডলাইনছ কাৰ্যকৰী হ’লে ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাণকাৰীৰ ফাইভ ষ্টাৰ ৰেফ্ৰিজাৰেটৰ নিৰ্মাণৰ বাবে পৰম্পৰাগত ফ’মৰ সলনি ভেকুৱাম পেনেল ব্যৱহাৰ কৰিব লাগিব। সেয়েহে সামগ্ৰীৰ দাম প্ৰায় ৬০০০ টকাপৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।