ঘৰত AC, ফ্ৰীজ লাগে যদি কিনি লওক, ১ জানুৱাৰীৰ পৰা বাঢ়িব দাম!

News18-Assam
Updated:November 24, 2019, 11:13 AM IST
ঘৰত AC, ফ্ৰীজ লাগে যদি কিনি লওক, ১ জানুৱাৰীৰ পৰা বাঢ়িব দাম!
জানুৱাৰীৰ পৰা নতুন এনাৰ্জী লেৱেলিং নৰ্মছ কাৰ্যকৰী হ’ব। তাৰ পিছতে ৫ ষ্টাৰ ৰেফ্ৰিজাৰেটত ৬০০০ টকাপৰ্যন্ত দাম বৃদ্ধি হ’ব পাৰে।

জানুৱাৰীৰ পৰা নতুন এনাৰ্জী লেৱেলিং নৰ্মছ কাৰ্যকৰী হ’ব। তাৰ পিছতে ৫ ষ্টাৰ ৰেফ্ৰিজাৰেটত ৬০০০ টকাপৰ্যন্ত দাম বৃদ্ধি হ’ব পাৰে।

  • News18 Assam
  • Last Updated: November 24, 2019, 11:13 AM IST
  • Share this:
যদি আপোনাৰ ঘৰত AC বা ৰেফ্ৰিজাৰেটৰৰ প্ৰয়োজন, তেন্তে এতিয়াই কিনি লওক। কাৰণ নতুন বছৰত অৰ্থাৎ জানুৱাৰীৰ পৰা এ চি আৰু ৰেফ্ৰিজাৰেটৰৰ দাম ৬০০০ টকা পৰ্যন্ত বাঢ়িব পাৰে। জানুৱাৰীৰ পৰা নতুন এনাৰ্জী লেৱেলিং নৰ্মছ কাৰ্যকৰী হ’ব। তাৰ পিছতে ৫ ষ্টাৰ ৰেফ্ৰিজাৰেটত ৬০০০ টকাপৰ্যন্ত দাম বৃদ্ধি হ’ব পাৰে।

CEAMAৰ মতে, লেভেলিং গাইডলাইনছ কাৰ্যকৰী হ’লে ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাণকাৰীৰ ফাইভ ষ্টাৰ ৰেফ্ৰিজাৰেটৰ নিৰ্মাণৰ বাবে পৰম্পৰাগত ফ’মৰ সলনি ভেকুৱাম পেনেল ব্যৱহাৰ কৰিব লাগিব। সেয়েহে সামগ্ৰীৰ দাম প্ৰায় ৬০০০ টকাপৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি