16-21 অক্টোবৰত আপোনাৰ প্ৰিয় Redmi স্মাৰ্টফোনত ধামাকাদাৰ ৰেহাই, অধিক জানক!

News18 Assam | News18-Assam
Updated:October 17, 2020, 12:17 AM IST
16-21 অক্টোবৰত আপোনাৰ প্ৰিয় Redmi স্মাৰ্টফোনত ধামাকাদাৰ ৰেহাই, অধিক জানক!
আপোনাৰ বাজেটত খাপ খোৱাকৈ ট্ৰুলী ৱায়াৰলেচ Redmi Earbuds 2C আৰু S ক্ৰমে কেৱল ₹1,299 আৰু ₹1,499 ৰেহাই মূল্যত উপলব্ধ।

আপোনাৰ বাজেটত খাপ খোৱাকৈ ট্ৰুলী ৱায়াৰলেচ Redmi Earbuds 2C আৰু S ক্ৰমে কেৱল ₹1,299 আৰু ₹1,499 ৰেহাই মূল্যত উপলব্ধ।

  • Share this:
শাৰদীয় বতৰত ভাৰতৰ আটাইতকৈ জনপ্ৰিয় আৰু নং 1 স্মাৰ্টফোন ব্ৰেণ্ড Redmi-য়ে নিজৰ আনুষ্ঠানিক ৱেবছাইট mi.com-ত দীপান্বিতাৰ ছেল আৰম্ভ কৰিবলৈ লৈছে য’ত স্মাৰ্টফ’নৰ পৰা আনুষংগিক সামগ্ৰীলৈকে ধামাকাদাৰ ৰেহাই দিয়া হ’ব, যিখিনি 16 অক্টোবৰৰ পৰা 21 তাৰিখলৈ চলিব।

ভাৰতৰ সৰ্ববৃহৎ মহোৎসৱ উদযাপন কৰিবলৈ, Redmi ইণ্ডিয়াই কেইবাটাও বাম্পাৰ ৰেহাই ঘোষণা কৰিছে, যেনে- সৰ্বাধিক জনপ্ৰিয় Redmi Note 9 চিৰিজত আজিলৈকে আটাইতকৈ কম মূল্য, প্ৰথমবাৰৰ বাবে Redmi 9 চিৰিজ আৰু "দেশ কা স্মাৰ্টফ’ন" Redmi 9A-ত ৰেহাই, আৰু লগতে অডিঅ' সামগ্ৰী আৰু আনুষঙ্গিক সামগ্ৰীতো ৰেহাই। কেৱল সেয়ে নহয়, এই ধামাকাদাৰ ৰেহাইৰ উপৰঞ্চি গ্ৰাহকে Axis Bank কাৰ্ড আৰু Bank of Baroda ক্ৰেডিট কাৰ্ডৰ সৈতে 1000 টকালৈকে তাৎক্ষণিক ৰেহাইৰ যোগেদি অধিক সঞ্চয় কৰিব পাৰিব।

Redmi ইণ্ডিয়াৰ শীৰ্ষ অফাৰসমূহ

Products Offer price MRP
Redmi Note 9 10999 14999
Redmi Note 9 Pro 12999 16999
Redmi Note 9 Pro Max 15999 18999

Redmi Smart Band 1399 2099
Redmi Earbuds 2C 1299 1999

₹18999-ৰ মূল্যৰে আৰম্ভ কৰা Redmi Note 9 Pro Max কেৱল ₹15,999-ৰ পৰা উপলব্ধ যিটোৱে Pro কেমেৰা আৰু সৰ্বাধিক কাৰ্যক্ষমতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে, আনহাতে কৰ্মক্ষমতাৰ পাৱাৰহাউছ Redmi Note 9 Pro কেৱল ₹12,999-ৰ পৰা পোৱা যাব যিটো ₹16,999 এমআৰপিত মুকলি কৰা হৈছিল। দুয়োটা মডেল 12 আৰু 6 মহীয়া নো ক’ষ্ট ইএমআই-ত উপলব্ধ। লগতে চেম্পিয়ন, Redmi Note 9 এতিয়ালৈকে উপলব্ধ নিম্নতম মূল্যত ₹10,999-ৰ পৰা আৰম্ভ কৰি পোৱা যাব যিটোৰ এমআৰপি ₹14,999-ৰ পৰা আৰম্ভ কৰা হৈছিল।

এক উচিত মূল্যত এক শক্তিশালী আৰু ইমাৰ্ছিভ কৰ্মক্ষমতা, আৰু এক উৎকৃষ্ট কেমেৰাৰ অভিজ্ঞতা একেলগে প্ৰদান কৰা Redmi 9 চিৰিজৰ ফোনবিলাক প্ৰথমবাৰৰ সীমিত ৰেহাইত উপলব্ধ হ’ব। উদাহৰণ স্বৰূপে, ₹13,999-ৰ এমআৰপিৰ Redmi 9 Prime (4GB + 128GB) কেৱল ₹10,999-তে আপুনি ক্ৰয় কৰিব পাৰিব; আনহাতে Redmi 9i মাত্ৰ ₹8,299-ৰ পৰা আৰম্ভ হ’ব। লাখ লাখ ভাৰতীয়ৰ পছন্দ "দেশ কা স্মাৰ্টফোন" Redmi 9A এতিয়া ₹6,499-ৰ পৰা আৰম্ভ কৰি অধিক সুলভ হ’ব, যাৰ এমআৰপি ₹8,499।



এই জনপ্ৰিয় ব্ৰেণ্ডটোৱে ইয়াৰ লাইফষ্টাইল সামগ্ৰী আৰু পোছাকতো দীপান্বিতাৰ Mi অফাৰ প্ৰদান কৰিছে যেনে নতুনকৈ আৰম্ভ কৰা Redmi SonicBass ৱায়াৰলেচ এয়াৰফোন প্ৰায় দুই-তৃতীয়াংশ এমআৰপি-ত উপলব্ধ। আপোনাৰ বাজেটত খাপ খোৱাকৈ ট্ৰুলী ৱায়াৰলেচ Redmi Earbuds 2C আৰু S ক্ৰমে কেৱল ₹1,299 আৰু ₹1,499 ৰেহাই মূল্যত উপলব্ধ।

এই ছেলৰ সময়ছোৱাত, আপুনি কেৱল ₹1-ৰে ₹1 ফ্লেছ ছেলত অংশগ্ৰহণ কৰি Redmi Note 9 Pro, Mi-TV জিকিব পাৰে বা অন্যান্য বাণ্ডল অফাৰ লাভ কৰিব পাৰে। আপুনি Mi Gift কাৰ্ডৰ সৈতে আপোনাৰ বন্ধু আৰু প্ৰিয়জনৰ বাবে এক উজ্জ্বলদিৱালী সুনিশ্চিত কৰিব পাৰে।

এই দিৱালী/ দীপান্বিতা Mi-ৰ সৈতে পোহৰাবলৈ সাজু হওক আৰু ইয়াৰ পৰা আপোনাৰ প্ৰিয় Redmi সামগ্ৰী প্ৰাপ্ত কৰক।

এইটো এটা পাৰ্টনাৰড পোষ্ট।
First published: October 17, 2020, 12:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading